পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহাগ, ১৮৩৩।] মণিপুৰ যাত্রা। ২৪৭ প্রথমতে ময়েই ঘৰ সোমালে। নিচেই অলপকৈ হলেও, ভদ্রলোক গৰা- কীৰ লগত চিনাকী হৰৰ সৌভাগ্য কেইবছৰমানৰ আগেয়ে কবিতায় মোৰ এৰাৰ বটছিল! খেতে মােক দেখি প্ৰথমতে চিনিব নোৱাৰিলে। কি। মােৰ নাম কত খপ করে চিনি পালে আৰু “চেহেৰাৰ বৰক্ত পলিটি” বুলি মৰ্য প্ৰকাশ কৰি, বৰ আন্তৰিকতাৰে সৈতে খেচেৰিলে। মােৰ দ্বিতীয় সঙ্গীৰ লগত তেখেতৰ আগৰেপৰা অলপ ধৰি পৰিচয় আছিল; অএব তেওঁক দেখা মাত্ৰতে চিনি পাতে আৰু আনন্দ প্রকাশক ফেৰে মুরু দেখো" শি তেওৰ মাৰোচ্চাৰণ কৰিলে। মােৰ প্রথম সহীনৰ লগত ৰ আগৰ তেনে বিশেষ পৰিচয় নেথাকিলেও, চিনাকী জিন্নাত, তেওঁক অংশ চিনি পালে। অামাৰ তিনিওকে। তেওঁ এনে একটি আন্তৰিকতাৰে এক অমায়িক ভাবেৰে receive কৰিলে । আমি আমাৰ ৰাটৰ সকলাে দুখ তাগৰ একেবাৰে পাহৰি গলে। তেওঁ নিজেই ডাক ৰঙলাৰ আলহী; কিন্তু অামাৰ গেণিয়া আকস্মিক উপন্সলহী কিজনক তেওঁ এনে অনেৰে সোণ পােছ কৰিবলৈ ধৰিলে যে নিচুপাৰৰ ডাক ৰঙলাটে। তেওঁৰ খাই বৰ বুলি অামাৰ এম হল। ক্রমে যে গল যে ডাক যাব এদিনীয়া আলী হলেও, তেওঁ এর অাই ঘৰৰ বিধাওেই গুপ্ত অাছে। তেওঁ অৱশে আমাৰ লখিরা মাত্র হাত-বেগল ভ্রমণকাৰী নাছিল। আশাৰ আপতি নি, তেওঁ তৎক্ষণাৎ চহ কৰাই নাই অাৰু খুৱালে। ওঁ আমাৰ লগত এসে কৱা শৰু আপােন ৱে ৰাষাৰ কৰিবলৈ ধৰিলে যে তেওঁৰ ৰাতি গ্ৰহণ কৰিবলৈ আমাৰ এফেৰিকে সম্বোট নোহাৱা । আমি লোক গৰাকীৰপৰা যেনে ব্যৱহাৰ পাবলৈ ধৰিলে, তাৰ সম্বন্ধে অকল ইয়াকে কলে যথেষ্ট হব যে গনটো বৰ শিক্ষিত, উদাৰ আৰু মহাসুর নহলে, ব্যৱহাৰত ভৰ তেনে প্রকাশ হোৱাটো একেবাৰে অসম্ভব। চাহৰ পাছতে আমি বুজিলে, গাৰ নিমিত্তে সিফালে স্থাৰৰ দিয়া পােহ। চলিছে। আৰু চাহ খােৱাৰ সমন্বয় ইয়াকো ঋষি জানিলে যে আমার “জালী গৃহৰ”ৰান্ধনি চাকটা জাত বাৰু নহয়, শিা হে (বৰ কলিতা); কিন্তু সেইবুলি তাৰ হাতে থোৱাত কোনো দোষ নাই, কিয়নো, জামাৰ অালহী হই তাৰ ভেই তাক খায়, ইত্যাদি। অনি নোগোকৈ