পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৮ বহী। { ২য় বন্ধু, ৬ষ্ঠ সংখ্যা। কোনো পনীয়া চাহাৰ দুজনে আহি ৰাতিটোলৈ ঠাই লৈছে। আফ চাকৈয়ে তেওঁবিলাকে গাৱা ইংৰাজী গানও আমাৰ কাণত পৰিলহি। কাজেই সেইটে “বলত” আশ্ৰয় লোৱাৰ কথাৰ সেই খিলিভেই আধ্যা পৰিল। দ্বিতীয় সঙ* আশ্ৰয় লোৱা অংশীজনৰ কথা সেখাত চকিদাৰে' তে, কলা চাহৰ' বুলি বৰ্ণনা কৰিলে। আমি তাক আলহীৱনৰ বিষয়ে নানা কথা পুঙ্খানুপুকৈ সুধি যি জানিলোঁ তাৰপৰা বুজিব পাৰিলোঁ যে আলহী নিশ্চয় কোনোব। “ফলা মানুহ আৰু হিন্দু। দ্বিতীয় সঙ্গীনে আকৌ ৰেলতে কোনোবা এজন গাৰ্ডৰ মুখে আমাৰ এমন চিনাকী ভদ্ৰলোক আমাৰ আগে আগে ৰাতিপুৱাৰ ৰেলত ডিমাপুৰত নামি এই ফাললৈ অহাৰ কথা শুনি আহিছিল। চবি বৰ্ণনা শুনি আমাৰ যাৰ অনা বিশ্বাস হল যে এই "ফলা চাহাবৰ আমাৰ চিনাকী ভদ্ৰলোক গৰাকীৰ বাহিৰে আন কোনো নয়। কিন্তু ৰূপ, কৰে আগ বাঢ়িবলৈ আমাৰ অলপ সংশয় হল। কি জানি আইন কোনো অচিনাকী মানুহ। যি হক আমি লাহে লাহে নিমাতে বঙলাৰ ওচৰলৈ আগ বাঢ়িলোঁ। আমাৰ এই কামটো অবশ্য ভদ্ৰজনোচিত হোৱা নাছিল। কিন্তু সচা ঘটনাটো ফৰ্ণনা কৰা হে আমাৰ উদ্দেশ্য। এখন ডাঙৰ আৰ্টিৰ খিলিকিয়েছি দেখা গল ভিতৰত চাকি অলিছে। আমি লাহে লাহে নিশদে ধিলিখিনৰ ওচৰলৈ গৈ দেখিলে, খিলিকিৰ গাতে লাগি শুকা বিছন। এখনত এজন ভদ্ৰলোকে ইকাতি-সিকাতি কৰি আছে। তেওঁৰ টোপনি অহা নাই। এই দৰে অভদ্ৰ ভাবেৰে ঘৰটোৰ ওচৰ চাপোতে অৱশ্যে আমাৰ বৰ সঙ্কোচ বোৰ হৈছিল। যিহক, দ্বিতীয় সঙ্গীজনে নিচেই ওচৰ চাৰি, কাঠি গাতে চ লগাই দি চাই, ঘুৰি আহি আমাক অনালে যে আমাৰ অনুমান মিছা নহয়। ৰেলৰ গৰ্ডৰ মুখে, অমাৰ যিজন চিনাকী লোক এই ফালে অহ! খবৰ পোৱা গৈছিল, আমাৰ চকুৰ আগত থকা নীচুগাৰদৰ জাক ৰঙাৰ বৰ্তমান আলহ তেওঁৱেই। বৰটো সুখবৰ। কিন্তু তেওঁ আমাক বা কি ভাবে গ্ৰহণ কৰে। তেওঁৰ “মেজ" বা আজিকালি কেনে? সেই বিষয়ে আমি সঠিককৈ এফোটো নত কষ্য নিৰ্ণয় কৰিবলৈ, ভাঙে লাহে লাহে আল কৰিবলৈ ধৰিলে। খিলিকিৰ ওচৰতে মানুহৰ মাত শুনি দ্ৰলোকনে “কোন?' বুলি একেচাবে বিনাপৰ মাটিতে নামিল। আমিও “মি!", বুলি ইৰ দি দুৱাৰমুখৰ ফাললৈ গলো!