পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [ ২য় বৰ, ৩ সংখ্যা। তাতে মৃত্যু হল। সেই ভাগৱত শাস্ত্ৰ শঙ্কৰদেৱে পাই ভক্তিপন্থৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে। প্ৰথমতে তেওঁ ভাগৱতৰপৰা সাৰ উদ্ধাৰ কৰি কীৰ্ত্তন পুখি ৰচনা কৰিলে। তাৰ পিছত গীত পদ ভটিমা চপয় আদি কৰিল। ৰামৰাখকে আদি কৰি জাতিসকলে শঙ্কৰদেৱক কলে যে “আপুনি অনেক ভৰ্থিত ভ্ৰমণ কৰি নাৰকম উৎসৱ দেখি আহিছে, আমাক এটি আমোদজনক উংসৰ দেখুৱাওক।” এই কথা শুনি ফাগুণ মাহৰ পূৰ্ণিমা তিথিত শঙ্কৰদেৱে বৃন্দাবনীয় গোপালৰ দৌললাংসৰ কৰি দেখুৱালে। তেতিয়াৰেপৰা অসমত মহুংসৱ শ ফাকুৱা প্ৰচলিত হল। কীন পুথিত ঠাই পোৱা “ঙ্গে কাকু খেলে চৈতন্য বনমালী। দুই হাতে ফাকুৰ গুণ্ডা সিঞ্চন্তু মুৰাৰি।' ঘোষ। আৰু পদ এই উপলকে ৰচিত হৈছিল। জ্ঞাতি বন্ধুসকলৰ অনুৰোধত শঙ্কৰদেৱে চিহ্নযাত্ৰা ভাৱনা কৰিছিল। সেই জাৱালৈ গোলেক-ধামকে আদি কৰি সপ্ত বৈকুণ্ঠৰ নক্সাৰে সৈতে শহুৰে নিজ হাতে সুন্দৰ চিত্ৰপট (Scene} আঁকি দিছিল; যাত্ৰাত বাবলৈ খেল নামৰ বাদ কুমাৰৰ হতুৱাই গঢ়াই আৰু মুচিন্তাৰৰ হতুৱাই ছিৱাই উলিয়াই দিছিল। আপেয়ে অসামত নৃদঙ্গ হে প্ৰচগিত আছিল, শকৰদেৱে কপিৰী-মুখৰ কুমাৰক মতই অনি খোল গাবলৈ নমুন। দি কিছুমান মাটিৰ খোল প্ৰস্তুত কৰালে, আৰু শালমৰা গাৱৰ মুচিয়াৰক মতাই খোলবোৰ ছিই দি তাত লোৰ গুৰি আৰু কৰ ভাতৰ কৰাল দি কেনেকৈ ঘূৰ দিব লাগে সেই পৰ্যন্ত তেও উলিয়াই দিনে। কঁহাৰৰ হতুৱাই মন্দিৰ খুটিভাল, ভালকে আদি কৰি অনেক বিশ্বৰ তাল প্ৰত কৰালে। ভায়েক অনগঞপিৰীক পান আক নিয়ে যায়ৰ হৈ, সৰ্ব আৰু কমলি-ধৰা পৰমানন্দক নতুৱা পতি, আক আন আন সকলোকে ও পাই নি সেই ভৱন। ক'লে। এয়েই অসমত প্ৰথম ভাবনা, আৰু খোল খাল আদি ৰাৰ প্ৰচলন। জাৰ বিয়া পায়ে ভৰ এই। কন্তুি শত প্ৰকাশ কি পহবি কত ভি কৰিৰে। এখত কৰি ৰ। এতে কিছু লোক কজিবি। যে জানো নানাবিধ শিপি। কক গীষ্ট পতে টিপ। ভাগ্ৰো খাদি খিল মাশৰ ৰৈখ্যাত ব্যক্তি চন্দ্ৰি।