পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| বাহী। {২ বছৰ, ৫ম সংখ্যা। কাজ চলিবলৈ এৰিলে। এনেকৈয়ে আজীত এজন মানুহৰ উমত এটা ডাক্তৰখালা স্থাপিত হল, আৰু সেই ভক্তখামাই আজি সেই ঠাইৰ মানুহৰ অশৰ উপকাৰ কৰিছে। তাৰ পাছত অথবী এখন হাট বহুৱালে। প্ৰথমতে দুই-চাৰিটা মানুক এঠাইত গোটখাই না। যেঙে বেচিবলৈ কৈ লাহে লাহে , মাছ আৰ্জি আৰু কেয়াই কাপোৰ কালি বেচি শেহত পেয়ে চাৰী হাট হয়। এতিয়া তত পাঁচ ছয় মাইলৰপৰাব-যাহনি আনি মুহ কিনি যেটি সালাত কৰি সুবিধা কৰিছে। জঙ্গীত এল। হিত- সাধিনী সভা নামেৰে সভা এখন পাতি অৰৰ নিজে সম্পাদক হৈ লোকেল বৰ্ডলৈ চৰ্কাৰৰবলৈ স্থানীং অভাৱ আদি সদাই জনাবলৈ উপায় কৰি লৈছিল। আৰু মানুহে খাৰে নি পৰম্পৰ সহায় কৰিব পৰা সভা (Co-operatve credit Fociety) স্থাপন কৰি নিজে তাৰ সম্পাদক হৈ লক্ষ তৰে সেতৈ মৃত্যুৰ দিনলৈকে চলাই আহিল। | অধৰ বৰুৱা এন্টে “পাচ” কৰা নাছিল তেওঁ গতিকে মাইনৰ লৰ টেঙ মাষ্টৰী যদি সুখ্যাতিৰে কৰি ফেনো ছাতক পাচ কৰাই বৃত্তি দিয়াইছিল গুৱাচ শোকে বোৰ্ডে সেই অত সহায় কৰিবৰ সময়ত তেওঁক অনুপযুক্ত বুলি ৰে। সেই কাৰণে লোকেল বৰ্ভৰ সহায় লৈ কোনে কোৰাৰো তাত মাইলৰ খুন খোলে, কিন্তু কোনোমতে অথৰ স্বাগত মুন তিষ্ঠিব নোৱাৰি সদাই মুকটি যায়। বড় বাৰৰ মূৰ যেতিয়া গণমেন্টে যেকৈ বুজিলে যে অভধৰৰ সহায়ৰ বাহিৰে ভাল পতা বা ৰখা পৰ, তেতিয়া থেকে বিশেষৰূপে উপযুক্ত বুলি গৱৰ্ণমেন্টে সহায় দিন নিগাজি কৰি দিলে আৰু তেওঁ মৰাৰ দিনলৈকে সেই কাৰে সৈতে চলাইছিল। এজন মানুহে কৰে বুলিলে কিমান কৰিব পাৰে গুৰু আমি ৩ অধৰ মৰুৱাৰ জীৱনীৰপৰা যে বুজিৰ পাৰোহক। তেওঁ ইমান দিন তেওঁৰ সামান্য অষত কাম কৰি যেনেকৈ পাৰে দেশৰ উপকাৰ কৰি মৰিৰৰ সময়ত দুহাজাৰ নখদ তেওঁৰ শোকসন্তপ্ত বিৱা আৰু অশি কণি তিনি ছোৱালীৰ নিমিত্তে ৰাখি খাব পাৰিছি। অসমৰ ভাঙ ভাঙৰ ঠাইত যদি অখৰ বৰুৱাৰ গৰে সকলোৰে নিৰ দেশ বুলি অধ্যায় প্ৰচাৰলৈ চেষ্টা কৰে তেন্তে আমাৰ দেশ কিমান ও হৰ আৰু সৰুৰে এৰি টিকৰিবলৈ খৰৰীৰীয়ে আমাৰু ল দৃষ্টান্ত লেখুেৰাই গিয়ে দেবোৰ চলিহা।