পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এম বহু। পু, ১৮৩ কি। নিতীশ মিলন। বাজিছে দুনাই আজি পুৰণি বীণত সুমধুৰ মিলনৰ তান। আশাৰ কিৰণ পুষ্প জিলিকি পৰিছে শুনি সেই অতীতৰ গান। টোপনি কোলাৰপৰা এটি দুটি কৰি সাৰ পাই সকলো উঠিছে। উৎসাহী সেৱফলে মাতৃ মন্দিত উলাহেৰে আসন পাৰিছে। ননীৰ কাষ চাপি ভকতি ভাৱেৰে কোচ শুৰি ফুল তুলি নই। প্ৰীতি উপহাৰ আদি মাতৃ চৰণত হেপাহেৰে সমপিছে গই। বয়লাসে হাশিজালি ভাই ভাই বুজি সাদৰেৰে কৰে লিজন, খিলাপিয়লি ৰাতি পাহৰি তেনেই সকলোটি আনন্দে মগ শাহিন আগে ৰোৱা ৰাৰ পুলিটি আমি সালি পৰি Cjubৰ ১, • এই কৰিহাটি এই বছৰ যে AS অধিবেশনৰ নিৗ পঢ়া হৈছিল।