পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চত, ১৮ই!] কবিতা কুনুম ও আমাৰ খেতি। কবিতা-কুসুম। ফুল বাগিছাৰ মধ্যে যেনে গোলাপ শোয়, সাহিত্য-উদ্যান মাজে কবিতা-কুমাৰঃ শিলায়; নানা বৰ্ণৰ এগৰ যেনে গোলাপ মধু খায়, চুলীয়া কবিগণে তেনে একতিৰ ৰূপণ পায়। মইৰ বৰুৱা। পুনলাৰূপ বৈষয়িক কাত বন্ধ থকাৰ গতিকে কবিতাটি বহলাই লিখি বলৈ অৱসৰ নাপালোঁ। ৰাইজৰ ওচৰত যথোচিত সম্মান ও সমাজৰ পালে মোৰ কবিতাকুসুমে নতুন পাহি মেলি ঠন ধৰি সৰহকৈ ফুলি উঠি এই অসন্তু কালত যে পুস্পাঞ্জলি হৈ পৰি সৌৰভ বিলাই জগনক মুগ্ধ কৰিব তাকে। আশা কৰিব পাৰি। খ, ক, ৮। পুঃ পু-আনিকালি সকলো লিগকে নিজ নিজ কবিতা বা অন্য নাৰ তুলত শকায় নাম লিদি কিবাকিবি বাচই নামবোৰ দিয়া দেখি যেনো বুঢ়া-শ। উঠলত, 'মই যা ইতি নাখ্যা সুশোঞ্জিত হৈ অৱতাৰ জৈলে, ও ভবিষ্যতলৈ যে এই নামেৰেই অসম-সাহিত্য-আকাশত টো জিলিকা দি জিলিকি অথবা অসম-সাহিত্য-ফুলনিত ঢেলাইগিতা ফুল ফুল ফুলিম বুলি এই জাননী দি অসমীয়া ভ্ৰাম্পক অনিলপুলকিত কৰি শত্ৰি কাৰ সমাপ্তি সম্পাদন কৰিলে॥ এৰোহিণীকুমাৰ চৌধুৰী। আমাৰ খেতি। তাল গৰু মহ নহলে খেতিৰুে কলমে, শহীয়াকৈ আৰু দুখতে খেতি কৰিব নোৱাৰে। গৰুৰেই এই তিৰ মূল। মা মাই গৰু, সি