পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৪ বাহী। | ১ বছৰ, ৫ম সংখ্যা। পিছে সিসব কথা এৰি ই ইয়াকে হে কব খোলে। সে আপনি অনুগ্ৰহ কৰি মোৰ এই কবিতাটি পাব, নহলে মই মন্তিক শোক পাম। ইদানীং অস্কায় সাহিত্য পত্ৰিকাৰিলাৰু বে পঞ্চম ষষ্ঠ শ্ৰেণীপাঠী বালক বৃন্দৰে কবিতা কুলাই পাঠিয়ে নধৰাকৈ পোহাৰ মেলিবলৈ ধৰিছে এই কথা কাৰৰ বিশেষঃ মোৰ ৰিণিত নহয়। এনে হত আপুনি বিদ্যা বুদ্ধি প্ৰকৃষ্ট পৰিচয় লাক্ত কৰিও বলি মোৰ এই কৰিা-ৰাণীক আপোনাৰ পত্ৰিকা-সিংহাসনত উপষেশন নকৰায় তেনেহলে যে নিশ্চয় মই অত্যন্ত লজ্জিত হম আৰু মোৰ যে বন্ধুসকলে মোক বিদ্ধপৰশেৰে অৰ্জৰিত কৰিব এই কথা দুজষাৰ বোধ ক৷ে আপোনাৰ সুকলমে বোধগম্য হব। এইখিনিতে মই আপোনাক আৰু এটি কথা পুজতে কৈ ও অধান কৰক। আপনি যদি মোৰ এই কবিতাটি পা কৰে তেনেহলে মই আপোনাৰু যত উপকাৰ কৰি দিম। যথা—এখত মোৰ এই বছৰৰ আৰু গৰৰ ৰাহীৰ বৰঙনি ফেৰি এই কৰি আপোনাৰ কাকতত ওলোৱা মাত্ৰকে ডাকযোগে পঠাই দিম। দ্বিতীয়ত, মোৰ চিনা-জলা আমোলা-মহৰি, টেকেলা-বেঙেনা, গাওঁবুঢ়া যাকে য’তে পাওঁ মই ফা-ফুচ কৰি ও আপোনাৰ অজ্ঞাও নানা উপায় অৱশন কৰি কুচুলাই বাহী গ্ৰাহক কৰি দিম বুলি মই এইখিনিতে কাত ধৰি অঙ্গীকাৰ কৰিছে। ইয়াতে। আপোনাৰ মন নটলি নে? বাহী লে. ইমান নে—মাদৃশ সৰ্বজন পূজিত ও প্ৰশংসিত ব্যক্তিৰ ৰচনাও ই মোৰ বুলি গ্ৰহণ কৰি নিজ সৌভাগ্য- যুক্ত নকৰিব নে? যদি কৰে অৰ্থাৎ যদি প্ৰকাশ নকৰে তেন্তে অপৰিমাত এফন্দি একা আপোনাক আৰু এটি ৰা ঠাইতে কাণে কাণে কৈ থওঁ। গুদ, যা-দি হে মোৰ এই কবিতা-কুমাৰ শাহী-গোলাপ পুলিয়ে ধাৰণ নকৰে, তেনেহলে মই তত নিৰ ৰঙনি নিদিওঁৱেই, আন কি, মই বুকু ফিন্দাই কওঁ, দিবলৈ আগবঢ়া কেইকো ব্যাটে এটে ধৰি যাথা দি স্বয়ং জামুকা প্ৰতিক হয় আৰু নিৰু কৈহে দীঘল ডাঙৰ প্ৰষ লিখি জইন কৰুত জাহিৰ কৰি দিল। মুঠতে কৰলৈ গলে নানা ৰকম মুচল বিচাৰি আপোনাৰ অনিষ্ট কৰিবলৈ কোনো চেৰ কুটা নকৰে। দৰে বাহী তো আমাৰ দেশত কেনেকৈ চলে দেখি। এ গুাঙৰীয়া, আপুনি অনুগ্ৰহ কৰি গা চাই চলি। কবিতাটি তলত দিয়া হল। আলমতি বিৰেণেতি। ঔষণীয় ৰেহিণীকুমাৰ চৌধুৰী।