পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২১ , সংখ্যা। শৰৰ লাগি যদি দুটা চাইটা হাতী, গাহৰী বা ভালুক ওচৰ চাপে ততো বৰ লাঙ্ক নাই। আজি ৰাতিটোৰ ভিতৰত যে বাটটো ওৰ পৰিৰ তৰৰ কোনো নিশ্চল্প নাই। প্ৰতি মুহুৰ্ততে প্ৰতি খোজতে কোনো বন্য অৱৰ হাতত পৰি মৰিষৰ। সশস্ত্ৰ অৱস্থাত মৰিলেও দোষ নাই। কিন্তু নিৰ অৱস্থাত এইদৰে মৰা আত্মহত্যাৰ নামান্তৰ মাখেন। সেইবাবে মই বা কিজনৰ কাণে কাণে প্ৰাৱ কৰিলে যে আমি তিনোৱে তিনটা টেলিগ্ৰাফৰ খুটাত উঠি কোনোমতে হাৰি ৰাতিটো নিয়াওঁহক; ৰাতি পুৱাতে আকৌ আগবঢ়া যায়। এলেহুৱা এটয়ে। এইদৰে এবাৰ কেনেবাকৈ নাত পৰিণত কৈছিল “জাজি মাৰু ইয়াতে থাকিব লাগিল” আৰু ওপৰলৈ উঠিবলৈ চেষ্টা নকৰি নাৰ ষ্টিতে থাকিবৰ দিহাোেহা কৰিছিল। গছ নিবিচাৰি গে টেলিগ্ৰাফৰ খুটা বিচাৰিলে। ভাৰে এটা কাৰণ আছে। আলিবাটটোৰ দুই কাৰে নিচেই ওচৰত ডাঙৰ গছ থকা বুলি বোধ নহল। টেলিগ্ৰাফ খুটা হলে নিচেই ওচৰতে আলি। কিন্তু টেলিগ্ৰাফৰ টাবোৰ ভালেখিনি আঁৰে আঁৰে থকা বাবে আৰু তাত উঠা আৰু তাৰ ওপৰত ৰাতিটো নিওৱা টান হব বুলি বিবেচনা কৰি কোনোমতে ঈগৰক চিস্তি গৈ থকাটোৱেই তা বিবেচনা ছোৱাত তাকে কৰা পল। | আমি আগবাঢ়িবলৈ ধৰিলে। পৰম্পৰে পৰম্পৰতকৈ আগ হৈ থকাৰ চেষ্টা চলি একা বাৰে আমাৰ এক ৰকম লৰি বোৱা হে হৈছিল। ডাৱৰীয়া নিশা সত্বেও আমি খামিবলৈ ধৰিলে আৰু পিয়াহত আমাৰ ভিত্তি শুকাই যাবলৈ খৰিলে। আমি বৰ ভাগৰিলে। যেই হক, ভালেমান পৰ খোজ কাঢ়িবৰ পাছত শাৰ মাত ক্ৰমে দূৰণীয়া হৈ পৰিল। কিন্তু বাখৰ মাত দূৰণীয়া হলে কি হব? হাতীয়ে ভাল গুঙাৰ শব্দ পুৰা মাত্ৰা চলি আছে। আগৰ খেতিয়া বৰ বেছি হল তেতিয়া ও বহুত পৰিমাণে কমি গল। কি দুঃসাহৰ desperate) তাৰ এটাই আহি ৰ ঠাই অধিকাৰ কৰি ললেছি। কিন্তু আমি খোজকঢ়া গল্প নকৰিলে। মোৰ পৰ বিৰ পাহুত ঠাই চোখ অলপ মুকলিমুৱ মুকলিমুৱা যেন লাগিল। দুৰৈত মানুহৰ মাত শুনা যে লাগিল। দূৰৈ দুগৰ দেৱালৰ লেখিয়া কিবা এটা বগা ও বন্ধু খো গল। আমাৰ গাও জীৱ আহিল। এইয়ে “নীচুগাৰুণ" সেকি? আমি মিছিলে। ডিমাপুৰৰপৰা গৈয়েই “নীচুগাৰ পায়। আৰু অলপ আগ বাঢ়িল মা-