পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাহী। [ ২ বছুৰ ৫ম সংখ্যা। চাওঁতে চাওঁতে সুন্দৰ ই ধৰা কেনিৰা হব বিলীন, সংসাৰ মাজত দুটি এটি পুৰ, পাৰে। যদি কৰি বাম সুমধুৰ, সি সুৰ আজিৰ, সদায় থাকি, বাজে যেন চিৰদিন, সংসাৰৰ খেল সামৰি তেতিয়া হম আল দীন। মণিপুৰ যাত্ৰা। আমাৰ এই সময় মানসিক অৱস্থা ইমান দিনৰ পাছত এতিয়া সঠিককৈ বলা 'কৰিবলৈ চেষ্টা কৰা মিয়া। গল কানাৰ বলেৰে অহত জাৰৰ কাৰ আৰু জৰ অহৰ ভাৰটো সঠিককৈ উপলব্ধি কৰিবৰ শক্তি কেই আলৰ আছে? যেই হক, ৰবৰ গোৱৰণি শুনি আমি খোজেপতি বিপদৰ আশা কৰিবলৈ ধৰিলে। এটা দুটা গোৰ মাৰি ধৰি ৰাটোৱে মন মনে খালিহেতেন তেও এটা কথা। কিন্তু ই কি। গোলৰৰ মি নিজিগাই ল। আমি নিঃশষে খোজ কাঢ়ি খুব বেগাই আগ বাঢ়িবলৈ ধৰিলে। এবাৰ খুচফুচাই প্ৰথম সীজন সালিলিহা গোৰৰ বিষয়ে কিবা কথা এবাৰ কলে। তেওঁ পেট (৫ ৰাম নাম জপ কৰি নিজে আগ বাঢ়িবলৈ উপদেশ দিলে। সেই দিন অমান্যা আছিল নে নাই কব নোৱাৰে; কিন্তু “সূচীতে অন্ধকাৰ আদি মোৰ এন্ধাৰৰ যতৰোৰ কবিয়ে কৰা বৰ্ণনা কিতাপ পঢ়িছিল। তাৰ এটাইবোৰৰে সত্য। সেই চিনাখনৰপৰা পাহাৰ নোৱৰাকৈ উপলব্ধি কৰিলো। খোলপতি গা জোগাটোৰে হাত বুলি অমল ধৰিলে। আৰু মোৰপতি ৰৈ ৰৈ এত সাৱধানে আগবাঢ়িবলৈ এৰিলোই-নাৰ কাল্পনিক হাতীও দৈ থাকে আমিও ৰৈ ৰো, পাত