পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসামৰ কলিতা জাতি। বুত অনন্তনাৰায়ণ দেৱ গোস্বামী স্মৃতিৰ ডাঙৰীয়াকে আদি কৰি কেনমান কাষৰূপধাৰ্সী গোঙ্গাইৰ মানুহৰে লিখিত। অতীত ভগৱান পৰশুৰামে পিতৃহত্যাকাৰী স্থায় শ্ৰেষ্ঠ কাধীক নিষন কৰে এক বি কন্দ্ৰিয় বংশজাত বৰ দ্বাৰা তেখেতৰ পিতৃহত্যা হৈলি সেই ক্ষপি জাবি না পৃথিবীত নাবাখিম বুলি দৃঢ় প্ৰতিজ্ঞ হৈ শতাধিক বছৰৰ ভিতৰত একশ বাৰ য়িযিলাবেৰে সৈতে খোৰ ধুদ্ধ কৰে। এই বিৰাম যুদ্ধত ক্ষযিবিলাকে নিজ নিজ শক্তিৰ অসীম পক্ৰম দেখুৱাই সম্মুখ সমৰ প্ৰাণত্যাগ কৰে আৰু অৱশিষ্ট ঘি খাকিল তেওঁবিলাকে যুদ্ধবিদ্যাৰ এই প্ৰকাৰ বিষময় ফল দেশি ধনুৰ্ধান শিক্ষা অদি ধুদ্ধবিদ্যাৰ আয়োজন ত্যাগ কবি?শি বাপি ঋক লেখাপঢ়াত মনোযোগ দিয়ে আক এইভাৱে জীবিকা নিৰ্ধাহ কৰিবলৈ আৰম্ভ কৰে। সেই সময়ৰ পৰা ক্ষত্ৰিয়বিলাক ফুললুপ্তা নাইবা কতি| নামে অভিহিত হয়; অৰ্থাৎ ক্ষয়িৰ ব্যৱসায় যুদ্ধ বিদ্যাধি ত্যাগ কৰি বৈশ্যৰ ব্যক্তি অৱলম্বনৰ নিমিত্তেই তেওঁলোকক অনি জাতিয়ে কলিতা নাম দি মাতিছিল। সেই সময়ৰপৰাই ক্ষত্ৰিয় নামৰ পৰিবৰ্তন এই গৰে ঘটছে। | অনুমান হয় কাগ সেতত আৰু হিজাতিৰ উৰ লগে লগে ক্ষত্ৰিয় জাবি এই কলঙ্কিত কলিতা নাম লেপ হৈছে আৰু লিমোচিত নামৰ শেষত পদবী বা ধাৰণ কৰা হৈছে। বহুত আকে? কলিতা নাম লোপ কৰি জাতিমালাৰ অভুক্ত জাতি কাষস্থ বুলি প্ৰকাশ কৰিছে আৰু কোনোৱে বা এতিয়ালৈকে কলি নামে সকলোৰ ওচৰত পৰিচয় গি আহিছে। এই নামৰ অগাপিছা শৰিৰণৰ কাৰণ হৈছে দেশৰ উন্নতি। যি দেশে বিমান আগেয়ে উন্নতি কৰিছে সেই দেশৰ সিমন আগেয়ে কলিতা নাম গোপ পাইছে। ৰাজপুতনা, ৰেৰে, মাদ্ৰাজ আৰু পঞ্জাব প্ৰভৃতিৰ ক্ষয়ুিবিলাকৰ এই নাম লোপ পাবৰ মহসিন হল; কিয়নো, পৰশুৰাম গৱতাৰৰ বহুত ধিনৰ পিছত ক্ষত্ৰিয় ৰজাবিপাকে সেইবিলাক ঠাইত ৰাজত্ব ফুৰিছে; গজিকে ৰক্ষা