পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম। ১৮১ বি এতে লাগৰ খুলা না। | লাল কৰি চপাই নি। ভাৰ সৰো ভাঙ্ক মধুৰ বচনে | আশা কৰি চলি।" আপোনাসকলে দেখিব যে এই দুই পুথি কখাত অলপ অলি গায়ে। মিলৰ ভিতৰত এইটো যে, শঙ্কৰদেৱে কৰিবৰ ঠাই পাইছিল গৈ আৰু কৰিৰ নাতিশীঘ্নেকৰে সৈতে তেওঁলোকৰ দেখা হৈছিল, কিন্তু বিষৰ সৈতে দেখা হোৱা নাছিল। গদ্য পুথিত আছে, যে কৰিৰ সেই সময়ত যত নখকা খাবে হে তেওঁৰে সৈতে শঙ্কৰদেৱৰ দেখা হোৱা নাছিল, আৰু শঙ্কৰদেৱ মশিয্যে কবিৰৰ পৰা ওলাই আহিত বাটত কৰিৰ সৈতে দেখা হৈছিল, কিন্তু আগৰ পৰিচয় নথকা বাবে কোনো কথাবা নহত। দৈত্যৰি ঠাকুৰৰ পুথিত কিন্তু এই কথা নাই। কৰিৰ নাতিনীয়েকৰ খচৰ অৰাং গিৰিয়েক ৰিত নথকা বাবে হে তেওঁৰে সৈতে শঙ্কৰদেৱৰ লেখা নোহোৱা কথা আছে। সেই সময়ত কষিৰ ঘৰত নথকাৰ উল্লেখ নাই। আমি কিন্তু ইয়াৰ দ্বাৰাই সেই কলিত কবিৰ জীয়াই নথকাটোৰ হে আন্তাষ পাইছো। শঙ্কৰদেৱেও যে সেই কথা নাজানিছিল এলে অনুমান নহয়। কাৰণ তেওঁ মহা বৈষ্ণৱ কৰিবৰ খান দৰ্শন কৰি তেতিয়া কৰিৰৰ কোল জছে এই কথা হে আনিব খুজিছিল। | ‘ী এক দেখিলা তাহান্ত পুলি কবিৰাৰ কোল আছে।" জৈত্যাৰি ঠাকুৰৰ কথাৰ সপক্ষে আৰু এটা প্ৰমাণ আছে,-কবিৰৰ জন্ম ১৩৮ আৰু মৃত্যু ১৪২াত। শঙ্কৰদেৱৰ জন্ম ১৪১১, কাক ১৫৪৮ষ্টাব্দ। ইয়াৰ বাৰাই অনা যায় যে শঙ্কৰদেৱৰ জন্মৰ ১১ বছৰৰ আগেয়েই কবি মৃতু্য হৈছিল। যদি কবিৰ মৃত্যুৰ এই ফন ঠিক হয়, তেন্তে কৰিৰে সৈতে শঙ্কৰদেৱৰ দেখা হোৱাটো অসৰ। এইদেখি গল্প চৰিত্ৰপুথিৰ কথা ঠিক নহয় বুলি আমাৰ মনে ধৰিছে। নাৰ যোৱা।