পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম। এতিয়া আমি ভাগ কৰা ষষ্ঠ যুগলৈ যাওঁ। এই যুগ পঞ্চদশ শতিকাৰ মাজৰপৰা ষোড়শ শতিকাৰ মাজলৈকে। এই যুগক আসামত “ৰেণাচেঞ্চ” (Renaissance) আৰু ৰিঙাইতে অবাণিং।” (Revival of learning) বলা যায়। যুপেতে এইভোৰ কালক অৰ্থাৎ পঞ্চদশ আৰু বোড়। শতিকাৰ ৰেণাচেঞ্চ ফেলে। যেখাচে মানে পুনৰ্জীৱন। যুৰোপে " মিডিয়া- তেল এই” অৰ্থাৎ মধ্যযুগৰপৰা আহি “মডৰণ” অৰ্থাৎ নতুন যুগ সোমাবলৈ যি ডোধ কাল নাগিছিল তাকে “ৰেণাচে পিৰিয়ড’ বোলে। এই যুগত য়ুৰোপে মধ্যযুগৰ কঠোৰ আৰু সংস্থাতিক বান্ধ-ছাটবোৰ কাটি উন্নতিৰ নতুন যুগত নতুন উৎসাহেৰে সোমাইছিলহি। বিদ্য, জ্ঞান, স্বাধীন চিন্তা আৰু নতুন ভাবৰ উতেজনাই ঘূৰোপক প্ৰদীপ্ত কৰি তুলিছিল। ফৰ্শন শাস্ত্ৰৰ নতুন চিন্তা, ধৰ্মৰ নতুন ধাৰণা, সাহিত্য বিজ্ঞানৰ উদাৰ ভাব, মনুষ্যত্ব আৰু মনুষ্যৰ ব্যৰ ওৰ আৰ্হিয়ে ফুৰোপীয়সকলৰ মনত এটা অভিনৱ ভাব সৃষ্টি কৰি দিছিল। মনুষ্য জাতি, মনুষ্য সমা, আৰু এই পৃথিবীৰ বিশালতাৰ নতুন জ্ঞানে যুৰোপীয়সকলৰ মনত এটা বিশ্বজনীন মহান উদাৰ ভাৰ ওপজাই দি তোলপাৰ লগাই দিছিল। তেওঁলোকৰ মনত এনে ভাৰ জৰোৱাৰ বাই কাৰণ --খ্যযুগৰ পুৰণি সাম্ৰাজ্যৰ ধ্বংসাৱস্থা; ষ্টাৰ অৱনতিৰপৰা এত হোৱা শিকলিৰ কঠোৰ বা চিলা-শোলোক হৈ পৰা; নতুন জাতীয় ভাৰ আৰু ভাষাৰখান;গোটেই ঘূৰোপত “ফিউডেল চিষ্টেমৰন্থিমাৱস্থা;তোকত আৰু পাৰ উৰি আৰু ব্যৱহাৰ; সমুবাত্ৰাত ব্যৱহাৰ কৰিবৰ নিমিত্তে কল্পচ অৰ্থাৎ ফি নিৰ্ণয় কৰা যন্ত্ৰ প্ৰত; হিলৈ ব্যৱহাৰ কৰা কলাই-খাৰ উলিয়া; এমেৰিক ভেটি, কলম্বা, গাজিপামা প্ৰভৃতি নতুন মহাদেশ আবি- ৰপুৰণি টলেমিৰ (Ptolemy) জ্যোতিৰ্বিদ্যাৰ ঠাই গণিকাল (Coperni- cus) যেতিব্বই অধিকাৰ কৰা ইত্যাদি। এই ৰোচেঞ্চৰ জনম ইটানিত হয়; তাৰপৰা সি জাণি, ফ্ৰান্স, স্পেইন আৰু ইংলণ্ডলৈ আহি গোটেই