পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কা, ১৮২।] পুৰণি আসামত ভুমুকি। ১৭১ কি? শক্তি আৰু অনুশাসনগৰ ভিতৰত এই ১৩টি আখ্যা ব দিতে ৫২ আসা থাকে। গোটেই এই ৫২১ আখ্যাতেই চায় না আৰু বুধিৰিালি শ্ৰোতা। দুই এঠাইও ভীমৰ গুগৰ লাগিলে, কীখৰ আদেশ মঞ্চে কও ৰা হৈছে। কাজেই দেখা যায় গোটেই খালি আৰু অনুশাসন গত যুধিৰািতিকেই শ্ৰোতা কৰাটো হে পান্তৰিতৰ উদ্দেশ্য। গুখে গৰু শৌনক শ্ৰোতা মা এই অখ্যাৰ ১৩টা কাৰোবাৰ হে। সুমুৱা গৰাকীয়ে কথা ৰেন্থি পাঠ লৈ কৃষ্ণৰ হতুৱাই যে তেওঁৰ নিৰ মহিমা মণোৱাই এইটিও ব্যাসদেৱৰ ৰাইৰপৰা বহুত আঁতৰ। বি এফক ভগবানৰ খৱাৰ প্ৰমাণ কৰোৱাও মহাভাৰতৰ উদ্দেশ্য সেই একুষ্ণৰ হতুৱাই যে ব্যাসদেৰে আত্মগৰি একাশ কৰাৰ ই। মূল ভাৰহৰ আৰু আন কোনো চাইতেই এনে কলা দেখা নাযায়। অৱশ্যে জগদ্বগীয় পৰ্যাখ্যায় ধৰি লালাগে; এই অধ্যা ০ সুমুৱা এইটি বহুত পণ্ডিতেই স্বীকাৰ কৰে। মহাভাৰতে কৃষ্ণ যে ঈশ্বৰৰ অৱতাৰ এইটো স্বাভাবিক মতেই দেখুৱাইছে, অৰ্থাৎ আজিকালিও বৰ গুৰান বুদ্ধিমান আৰু ক্ষমতাবান মানুহ থাকিলে তেওঁৰ গুণাৰি বুজিৰ লগে লগে শসা বাঢ়ি গৈ গৈ যেনেকৈ পিছত তেওঁ দেৱতাৰ ভিতৰত পৰেগৈ সেই দৰেইদেখুৱাইছে। কৃষ্ণৰ সৰুকালৰ পুতলা- বধ, যশোক বিশ্বৰূপ দেখুৱা, কালীয়ান আদি অদ্ভুত অদ্ভুত কাৰ্যবিলাকৰ নাম-গয়েই নাই। মহাষ্টাৰতত প্ৰথমে দৌপদীৰ স্বয়ম্বৰতেই কষ্ট পোৰ। বয়। তেতিয়া তেওঁ এজন বিজ্ঞ ক্ষমতাশালী পুৰুৰ মাথোন; পিছত লাহে আছে তেওঁৰ বিদ্যা বুদ্ধি ক্ষমতা আদি গুণসকলৰ প্ৰকাশৰ গে গে আন আল নুহৰ মুখত তেওঁ ঈশ্বৰৰ অৱতাৰ বুলি গুলা খায়; কেৱল একেখাৰে শেভ কৃষ্ণৰ নিৰ মুখৰপৰা দুদিন দুআষাৰ কথা শুনা যায় নাৰপৰা জমা যায় যে মুক্তিতকৈ ওপৰ খাপৰ শক্তি তেওঁৰ শৰীৰত আহে। বুক পাৰ খুৰ শেষত এদিন অমৰ আগত তেওঁ কয় যে পাল যুক্ত জিত হোৱাৰ মূল তেওঁৱেই আৰু এদিন শান্ধাৰীয়ে যদুবংশ সমূলে ধ্বংস হযৰ মিমিতে বেতিয়া শণ গি েতেতিয়া যে এইটো তেওঁৰেই ইচ্ছ। কিন্তু আৰ পিতা দেখা যায় যেনে বাৰি হৰ লাগে সেইৰেই কই বিষ পৰিাৰ লাগিয়ে আৰু যুধিৰািদি মানক সেৱা কৰিবই লাগিছে।