পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [২ বছৰ, ৪ৰ্থ সংখ্যা। ইয়াৰ নাম কামৰূপ আছিল। এই কামৰূপ নামটি অসমৰ লগে লগে এতিয়া লৈকে চলিব লাগিছে আৰু এই নামটি কোনো কোনো পুৰাণ আৰু তও পোৱা যায়। তেনেহলেই আমি পুনৰ পোৰ পালোঁ। গৈ। পুৰাণ, মহাভাৰত-আদিৰ কথ্য বহুতে বিশ্বাস কৰিব নোখোজে; কিন্তু তেওঁলোকে এৰাৰ ভাবি চোৱা উচিত যে এই প্ৰকাণ্ড একা গ্ৰহুবিলাক বিসকলে লেখি ৰৈ গৈ তেওঁলোকৰ বিদ্যা বৃদ্ধি কিমান; তেওঁলোকে নো একেবাৰে পূতৰ ওপৰতে এইবিলাক গ্ৰন্থৰ নাম ইতিহাস ৰা পুৰাণ বৈছে নে? অৱশ্যে তেওঁলোকৰ ৰচনাৰ ৰূপক, অলঙ্কাৰ আদিৰ পাৰ হোৱা আৰু কোন গ্ৰৰ কি উদ্দেশ্য সেইটি বুজা উপযুক্ত গুৰু যি বৰ টান। যিয়েই হওক, আমাৰ উদ্দেৰ নিমিতে সেইবিলাক পাক চক্ৰ পাৰ হবলৈ বৰ ভাবনা নাই। আমাৰ উদ্দেশ্য হৈছে মাখোন পৌৰণিক ভূ-বিবৰণ মতে ঠাই নিৰূপণ কৰা। যি ঠাই আজ সেই ঠায়েই আছে। যিবিলাক নাম একেদৰেই আছে সেইবিলাক নামেই আমাৰ ঘাই সহায়; ইয়াৰ লগতে জ্ঞান ২ ঘটনাৰ বাসিন্দাৰ বা ঠাইৰ বিবৰণেৰে সামঞ্জস্য ৰাখি লুপ্ত নামৰ ঠাইবিলাক নিৰূপিত কৰিলে ভ্ৰমত পৰ জন্ম নিচেই কম। | কামৰূপ নামটি কেইবাখনিও পুৰাণ আৰু ও পোৱা ধায়; তাৰ ভিতৰত কালিকাপুৰাণ আৰু বোগিনীতয়েই হৈছে প্ৰধান। ইয়াৰ সীমাৰ ভিতৰত উত্তৰ আৰু পুৰ দিশে ভোট, অকা, ডফলা, মিৰি, মিচিমি আজি পৰ্বতীয়া জাতিবিলাক থকা পৰ্কত কেইটিও পৰে। পশ্চিম সীমা তোয়া নৈ, দক্ষিণ সীমা যোগিনীতন্ত্ৰ মতে ব্ৰহ্মপুত্ৰ আৰু লাক্ষা নৈৰ গৰ ঠাই। মোগিলীwখনি নয় নিচেই কম; সি কোচবিহাৰৰ প্ৰসিদ্ধ নৰ নাৰায়ণ ৰজাৰ কৰিা হে হৰ পা আৰু কালিকাপুৰাণৰে হে গজালি। কালিকা পুখেই কামৰূপৰ বিৰি ৰিৰ পোৱা যায়। এই কালিকাপুৰাণ খলি ৰেণে ৰ পৰিত্ৰ আৰু ইয়াৰ খাবিলাকো বৰ গোপনীয়; শুৰি ৰু পঢ়া ৫ লাগে নিৰ নাপায়। আমি এ কালেই এখনি পূৰি পঢ়া আমাৰ ভাগ্য বদলেহেতেন; কিন্তু যাৰাগী কাৰ্যালয়ৰ বৰ মাহৰ গুণে এৰি লাৰ হাতত পৰে; তে খোল