পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ [ , ৪ৰ্থ সয়া। গিয়েক খসখীয়া ৰাৱৰ শৰালৰিকৈ পেট্ৰিয়ট হবৰ বৰ দৰকাৰ পৰিছে; সেইদেখি তেওঁলোকে শাখা পৰা লগাই দি বাট বুলিবলৈ গৈছে। বৰৰ ৰাই কয়, “চল, চল, আপোনালোক “পেট্ৰিয়ট হৈ আহিল আৰু যেতি পলম নাই। “গতা ৰঙৰা কাৰ খজ তিষ্ঠতি শৰী।” | শাহীৰ চতুৰ্থটো জগৰ-বাইয়ে হেনো কায়স্থ আৰু কলিতাৰ মাজত দক্ষ লগাই গিয়ে। কোনো কাৰ আনছ কৰিলেই যদি ব্যায়, তেন্তে বহীৰ গাতো যায়। আমাৰ vেশৰ কোনো কোনো লোক ইমান sensitive যে তেওঁলোকে নিজৰ ইটো দেখিয়েই চাপ খায়; আৰু মোকছুলে-ফুলে শিয়ৰিলে শিয়াৰিলে জোকাতে-ভোকালে বুলি চপলিয়াই ফুৰে। তেওঁলোকে অনাহকতে মনত কষ্ট পায় মাখোৰ। বৰবৰুৱাই বহীৰ হকে এই কেই আবাৰ কথা কোৱা বাৰে কিজানি খৰ পিৰ পাৰে, আৰু তাৰ ফলত কিজাৰি তেওঁৰ মূৰটো খাৰ পাৰে, সেই আশঙ্কা কৰি আজি বৰবৰুৱাই স্বহস্তে নিজৰ মুৰটো সোলোকাই থৈ দি ওলাল। কেতিয়া দায় জগৰৰ ওৰ পৰিলে আৰু ৰবাদ দিলে, আকৌ তেওঁ স্বহস্তে নিজৰ মুৰটো পিন্ধি ৰাইজৰ আগত এলাধু পাৰে। * কপাৰৰ বৰা। আমি মুষলাইকিয় বাৰু যে, আমাৰ কৰ্তব্য কৰোতে যদি লোকে আলাক গালি-গাপনি পাৰে তালে কাগ কমাটো আমাৰপৰু অপমানজনক বুলি ভাবে। এবাৰ এৰাব নোৱাৰি যদিও আমি এই প্ৰবন্ধাটা পালো, কি খল আছে লেখা গটি। বিষয় সম্পৰ্কে কোনো কথা আমি ই পাও। মুলাৰ।