পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃপাবৰ বৰুৱাৰ সামৰণি। s এখt এমএ/ | vs . আজিৰ প্ৰাৰ “হেডিং" বিচাৰি পোৱা নগল, গতিকে সি কঙ্ক হৈ ওলাবলৈ বাধ্য হল। চাৰিটা অগৰ প্ৰত্যেকটোৱেই একেবেলিয়েই কাউৰি মাৰি উঠি মূৰ হব শেঙ্গে গোখ কাৰৰ খাটিৰ ৰাখিব পৰা নগল। | ‘ৰাহীৰ সোৱঁৰণীখন এবাৰ কোনোবা পণ্ডিতৰ হতুৱাই চোৱাবলৈ ৰাহীৰ সম্পাদক বৰবৰুৱাই কব লাগিছে, কিন্তু সম্পাদকে সেই কথালৈ কাণ দিয়া নাই। সেইদেখি এতিয়া তেওঁ সেকাপালি পাইছে। আকৌ এখাৰ সম্পাদকক কওঁ, ৰাহীৰ জখ-ক্ষণত ৰাৰ কেতু শনি ,এই তিনটাৰ