পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ বাহী। ২য় বছৰ, ৪ৰ্থ সংখ্যা, পাই দিনা ৰাতিপুৱা প্ৰাতঃকৃত্য সমাপন কৰি আমি "ডিমাপুৰৰ টিকিট লৈ আসাম-বেঙ্গল লাইনৰ গাড়ীত উঠিলোঁ। এতিয়া হে ৰেলত উঠ। যেন লাগিল। আসাম-বেঙ্গল লাইনৰ দুই কাষেই হাৰি থকাত সেই দৃশ্য দেখি মনত নানা কঙনাৰ উদয় হবলৈ ধৰিলে। মোৰ প্ৰথম সঙ্গীয়ে কেইটামল বা গান অতি সুন্দৰ সুৰেৰে চলন্ত ৰেল গাড়ীত গাইছিল। মই গান নেজানো। সেইবাবে গোৱা গানকিটা পুৰণি হলেও মোৰ জাগত নতুন। গান কিট। মোৰ এনে ভাল লাগিল যে বন্ধুক একাধিকবাৰ গালৈ অনুৰোধ কৰি মই বহিত লেখি ললোঁ। তেওঁ গান গাব জানে বুলি মই আগৈয়ে নেজানিছিলোঁ। আবেলি বেলিকা ডিমাপুৰ পালোঁ। ডিমাপুৰত আমাৰ চিনাকী মানুহ লগ পোৱাৰ সম্ভাৱনা আছিল। কিন্তু কোনো চিনাকী মানুহক লগ পাব ইচ্ছ। আমাৰ সমুলি নাছিল। জামেলি হোৱা দেখি প্ৰথমতে আমি পুৰ্বৰ দৰে ডিমাপুৰ ষ্টেচনৰ বাৰাখতে ৰাতিটো কটাবৰ মনেৰে বিছনা পাৰি ললে। ষ্টেচনৰ মাষ্টৰ নে কেৰাৰো আমাক চাই গল কিন্তু মুখেৰে একো নকলে। ষ্টেচনৰ ওচৰতে হাষি। পোলোঙাপোলো বৰ দীঘল দীঘল গছ। অচল ডিমাপুৰ খতি ডিমাপুৰ ষ্টেচনৰপৰা সেমাইল কি দুমাইল ভিতৰ সোমাই। অলপ পৰ ষ্টেচনত থাকিবৰ পাছত আমাৰ আকৌ কিবা এটা মন গল, বেলি মাৰ যাবৰ আগৈয়ে, বিমান পৰা যায় মণিপুৰৰ ফাললৈ আগবাঢ়ি থকাটোৱেই ভাল যেন বিবেচনা হল। তৎক্ষণাৎ বিছানাপত্ৰ যেগত ভৰাই লৈ ডিমাপুৰ ৰৰ ফাললৈ যাত্ৰা কৰিলে। ইহাতে কৈ মোৱা উচিত যে জামাৰ হিয় সমীৰণৰ মৰিপূৰলৈ ৰোৱাটোৱেই ঠিক হৈছিল। ডিমাপুৰ ষ্টেচনৰপৰা ডিমাপুৰ বিলৈ যি দেৰ মাই কি দু মাইন ৰাট, ভাৰ ৰেহণ দেখি, সেইটোৱেই যদি মণিপুৰৰ ৰাটৰ নমুনা হয় তেন্তে, মণিপুৰৰ ৰাই বৰ দুৰ্গৰ হব বুলি আমাৰ ধাৰণা। কিয়নো এই ডোখৰ বা প্ৰথম ছোৱ আমাৰ দুইফালে না vিা চাৰী এলিট লেখিয়া ময়, হাৰি চিকনাই বাট মোকোলইে খৈয়ে মাখোল। ভাৰ উপৰি ঠাইতে ওয়াইয়ে চাপ, যি কোেকাকেৰোকি। ইফালে ৰশি যে আহা,