পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ বহী। | ২ বছৰ, ৪ৰ্থ সংখ্য। ঠাই কোনো এজন ডাঙৰ বজাৰ অধীনত নাছিল; মাত্ৰ হত, সৰু-সুৰ। মানুহে সুবিধা পাই প্ৰবল হৈ উঠি একোডাখৰ সৰু-সৰ। ৰাজ্য কৰি ৰ হৈ আছিল। কোচ ৰজা বিসিংহৰ দিনলৈকে এনেকুৱা ভাবেই চলিছিল। বিশ্বসিংহই হে শেহত প্ৰবল হৈ উঠি বৰ-নদীলৈকে এই হোৱা দেশ নিজৰ অধীমতালৈ আনে। কোচ বা মেচ, ৰাজবংশ স্থাপন কৰোতোজনৰ নাম হবিষ মণ্ডল। গুৱালপৰ ভিক্টৰ খুটখাট পৰগণাৰ চিকণগাৱত হৰিয়া মণ্ডলৰ জন্ম হয়। হৰিয়াই হীৰা আৰু জীৰা নামে দুজনী তিকতা বিয়া কৰায়। দুইজনীয়েই বায়েক ভনীয়েক আছিল। তেওঁলোকৰ বাপেকৰ নাম হজে। হীৰা আৰু জীৰাৰ গৰ্ভত মণ্ডলৰ দুটা লৰা হয়। হীৰাৰ পুতেকৰ নাম বিশু অৰু জীৰাৰ পুতেকৰ নাম শিশু। অচেন চাহে নীলাম্বৰৰ হাতৰ পৰা কম বাজ কাঢ়ি লোৱাৰ কিছু দিনৰ আগেয়ে বিশু আৰু শিশুৰ জন্ম হয়। অচেন চাহৰ হাতৰপৰা কমতা বাজ্য যোৱাৰ পিছত অনেক সৰু সৰু মানুহ একো একো ডোখৰ ঠাইত ৰজা হৈ উঠাৰ কথা আগেয়ে কৈছে।। হৰি মশুলৰ পুতেক বিশুৰৰ সেইদৰেই হোৱা ৰজ। যিশু ৰ বুদ্ধি- মন্ত আৰু সাহিলি আছি, দেখি অচিতে ক্ষমতাশালী ৰজা হৈ উঠিল। ১৫১৫ ষ্টাফত বিশ্ব পৰাক্ৰমী হৈ উঠি লাহে লাহে কৰতোয়াৰপৰা বৰনদী- লৈকে তেওঁৰ ৰাজ্য বিস্তাৰ কৰে। ৰজা হৈয়েই শিশুৱে বিশ্বসিংহ নাম বলে আৰু ভায়েক শিশুক যুবৰাজ পাতি শিৱসিংহ নাম দিলে। বিহুৱে ৰজা হৈয়েই অকল বিশ্বসিংহ নাম লৈয়েই নেৰিলে;-কল্পতৰু-ব্ৰাহ্মণসকলৰ অনুগ্ৰহত তেওঁ ক্ষত্ৰিয় বংশী বুলি পৰিগণিত হল; আৰু গেন্ধেলা নগণ্য হৰি মণ্ডলক তেওঁ বোপাই বুলি স্বীকাৰ কৰি মহাদেৱ শিৱৰ ঔৰ এত সকাল অলি মিজক চিনাকী দিলে। অৰ্থং কলে বেশিই হৰিয়ালৰ ৰূপ ধৰি আৰু পাৰ্বতীয়ে ৰীৰৰ ৰূপ ধৰি তেওঁৰু জন্ম দিলে। আৰু তেওঁৰ অহৰহীয়েও ৰাজবংশী বুলি চিনাকী দিলে। যিশসিংহই চিকণগ্ৰামৰ পৰা কোচবিহাৰলৈ তেওঁৰ ৰাৱাৰী তুলি আমিলে। তেওঁ তেওঁৰ ৰাজ্যৰ গলেমান উন্নতি কৰিলে তে ১৮ জন কোৱৰা হৈলি। বৰ কোৱৰৰ নাম দেৱ, মা কোৱৰ নাম শুৰু। বিলিৰ পিছত দেৱে সৰলাৰায়ণ নাম লৈ ৰাজপাটও উঠে আৰু ডাষেক ফখক তেওঁ এখান