পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাগুন, ১৮৩২।) আসাম। বহুৱাইছিল। সেইদেখি দুজনাৰায়ণৰ দিনত ৰুমতী ৰাজ্যৰ সীমা পশ্চিৰে কৰতােয়া আৰু পুবে বৰ-নৈলৈকে আছিল বুলি বুজিৰ পাৰি। আহোম বুৰঞ্জীতে কতা বজাৰে সৈতে আহোম ৰজাৰ ৰণ লগাৰ কথা উল্লেখ আছে, আৰু সেই ৰণত ৰুমতাৰ ৰজা হাৰি নিজৰ এজনী জীয়েক আহােম ৰালৈ দিয়া কথা অাছে। কত বংশী ৰজাৰ প্ৰথমজনৰ নাম নীলধৰ আছিল। নীলধ্বজ এজন ৰামুণৰ গৰখীয়া আছিল। ৰামুশে সেই গৰখীয়া ৰাৰ গাত ৰাজ চিহু দেখি সি ৰজা হব বুলি ভবিষ্যত বাণী কৈছিল দেখি নীলজে ৰখা হৈয়েই তেওঁৰ পুৰণি প্রভু বামুণৰু জানি মন্ত্রী পাতিলে। তেওঁৰ ৰাজধানী কমতাপুৰত অাছিল, আৰু মিথিলাৰপৰা বহুত ভাল বামুণ আনি তেওঁ তেওঁৰ ৰাজ্যৰ ভিতৰত বহুৱাইছিল। ধলা নৈৰ বাওঁ পাৰত তেওঁৰ এই ৰাজধানী আছিল। তেওঁ পুৰণি কামৰূপ ৰাৰ অলপমান ঠাইৰ ওপৰত হে ৰ ৰা আছিল এইটো বুজিব পাৰি। তেওঁৰ পিছত পুতেক চক্ৰধ্বজ ৰজা হল। চক্ৰধ্বজৰ পিছত চক্ৰধ্বজৰ পুতেক নীলাম্বৰ ৰা হল। নীলাম্বৰ শৰ জন্মতাশালী ৰা আছিল। তেওঁ পূৰে বৰনদী আৰু পশ্চিমে কৰতােয়ালৈকে তেওঁৰ ৰাজ্য বহলাইছিল। আগৰ বঙ্গদেশৰ মছলমান নবাবৰ অধীৰ উত্তৰপুৰৰ যাই ডোখৰে তেওঁ তেওঁৰ ৰাজ্যৰ ভিতৰুৱা কৰি লৈছিল। তেওঁ তেওঁৰ ৰাজ্যৰ, অনেক উন্নতি কৰে। আৰু কমতাপুৰৰপৰ খোৰাখাটলৈকে এটা ডাঙৰ আলি কৰাই দিয়ে। এই জালিয়েই আনিকালিৰ কোচবিহাৰ, বৰা আৰু ৰংপুৰৰ ভিতৰৰ খাই খাই । নীলাম্বৰৰ সৈতে তেওঁৰ বামুণ নীৰ বিবাহ হােৱাত সেই অতী পলাই গৈ গৌৰৰ শাসনকর্তা ইচেন চাৰ ওচৰ পাই বড়ৰ কৰি হচের চাহৰ ৰাই কমতাপুৰ ৰাক্ৰমণ কৰায়। অচেন চাহে যুক্ত লীলাম্বৰক বলে নােৱাৰি পিছত ৰাৱ দেখুৱাই বিশ্বাস তিকতা কৰি মীলাঙ্গ কৰি তেওঁৰ ৰাজ্য নয়। ১৯৯৮ষ্টাব্দ এই ঘটনা টে। নদীলৈকে চেন চাহে নিজৰ গুলীয়া কৰি পুতেক জোৰু তাৰ শাসনকর্তা পাড়ি গুচি যায়। কিন্তু ইয়াৰ বৰমেৰে পিিত হাজোৰে আহোমৰ ৰাজ্য আক্রমণ কৰি আহােমৰ হাতত ঘৰে, তেওঁৰ এটাইবােৰ সৈ স হ অাৰু সেই নতুন এ গােটেই মাগৰ লগ । মনমাত খোৱাৰ পিছত কিষান কে এই চােখ