পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় বছ] ফাগুন। বাঁহী। ১৮৩২ শক। [চতুৰ্থ সংখ্যা। গুৰু-গীতিমালা। বৰাগীৰ জোলোঙা। ইন্দ্ৰিয়বিবাকে একেৰাৰে ধৰি খৈছে তোমাক মোহি। সংসাৰ-ভাওনা তা লাগি চাই আছি। তুমি যে মজি! সমুত তোমাৰ পেটৰ চিয়াত মুৰত আটাব বেঙ্গা; খুৰায়ে তাকে। অকৌ ৰাখি চলি সেওতা ফালিছ! শোভা। বিবিধ যগনে মানান ধেয়ে -কচা তুমি কবা; নাতাবে কেতিয়াও ইসবে তোমাক মৃত্যুৰ হাতৰপৰা; মৰণ আহিলে যৰিব লাগিব, সেই হে) এহে সকলো কাম। তুনি ভজ গোবিন্দব, জণ। গোবিন্দ, লোৱা গোবিনৰ নাম। শাখায় উপলখিকা কোৱৰ মুকলি ভানি।