পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাখ, ১৩২) কামৰূপৰ ৰাৰ বীৰত আছিল। পালৰ পিছত তেওঁৰ পুৰুে পুৰ পাল আৰু পুৰৰপালৰ মাতিয়ে ইন্দ্ৰপাল ৰা হয়। এই ইন্দ্ৰপালকে। বোধহয় বঙ্গদেশৰ ৰা ৰিসেনে কলীয়া কৰে। এই কথা সাহা আঞ্চলি এনত উল্লেখ আছে। ইয়াৰ এশ কি পাশ বছৰৰ পি লেখা অশি-লিৰ কাণত পোৱাখন) সয়ত কাৰপৰ ৰা উত্তৰ-ৰ পাল ৰাৰ কৰতলীয়া হোৱাটো পোৱা যায়। প্ৰায় ১৯০৩ খৃষ্টাব্দত কাম- ৰূপৰ ৰজা তিলদেৱে ৰদেশৰ ৰজা কুমাৰপাৰৰ অধীনত-শৃঙ্খলৰপৰা মুকলি হব খোলাত, কুমাৰ পালে সৈন্য-সামন্তৰে তেওঁৰ মন্ত্ৰী বৈদ্যদেবক তিল্যবেৰ বিৰূদ্ধে পঠিয়াই দিয়ে। সে বুজ, তিস্যদেৰে বৈদ্যক্ষেৰ এত হাৰি হেৰুৱায়; বৈদেৱে তেওঁক আৰু কামৰূপৰ ৰাজপাটত উঠি ৰা হয়। কিন্তু যদিও বৈদেৰ নিজ দেশৰ ৰাৰ বীৰ এ যেন দেখুৱাইছিল, কিন্তু কাৰ্যত তেওঁ ৰাজাধিৰাত উপাধি লৈ স্বাধীন হৈ পৰিছিল। ৰত্নপালৰ নাতিয়েক ইন্দ্ৰপালৰ দিনতে কামৰূপ মাতৃৰ ডিঙিৰ- পৰা ৰাধীনতা-সোণৰ সাতসৰি হাৰ কাঢ়ি নি পৰীনতা-লোৰ শিকলি তেওঁৰ ডিঙিত পিকোৱা হয়। তিলাদেবৰ দিনত ১১৩৩ খৃষ্টাব্দত কামৰূপৰ গৌৱৰি অন্ত যাৰ। এই যুগৰ পুথি দীপিকাছৰ। ৰায় মাধৱ বৰদলৈ ডাঙৰীয়াই দীপিকা- ন্দ পুথি খৃষ্টীয় একাদশ শতিকাত ৰচিত হৈছিল বুলি তেওঁ দুপা কৰোৱা দীপিকা কিতাপৰ পাতনিত লেখিছে। আমি ওপৰত কৈ আহিছে।যে শাল বা ৰাৰ পিছত প্ৰলৰ কাৰ- পৰ ৰা হয়। এই প্ৰায় ৮•• পৃষ্টাব্দত পাট অধিকাৰ কৰে। তে। পুৰৰ তাৰৰ-ক্ষতি উল্লেখ কৰা বানলা এই বংশৰ তৃতীয় ৰা। একোজন ৰৰ ৰাজত্বকাল বদি শৰে ১৬ বছৰকৈ ধৰা যায় তেন্তে প্ৰায় ৮• খৃষ্টাব্দত অৰ্থাৎ নবম শতিকাৰ মাল ডোখৰত বানশাই ৰা কৰে। এল বংশী ৰাসকলৰ দিনত শৈবধৰ্ম কামৰুপন্ত প্ৰবল আহিল। ৰামলা নৈষ্টিক শৈ বুলি খ্যাত। বানশালাৰ ৰাজধানী সম্ভৱতঃ গুৱাহাটীৰ পূৰে তেজপুৰৰ ওচৰত আছিল। ধৰ্মপাল নামে এবং ক্ষত্ৰিয় ৰা এজমে পশ্চিমৰপৰা আহি গজপত এখন ৰাজ্য স্থাপন কৰে। তেলধানী গুৱাহাটীৰ পশ্চিমে