পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ বৰ, ৩ সংখ। ] বাহী। ৰূপত ৰাজত্ব কৰে। এই সকল গুৰিতে যদি ও স্নেহ আছিল, পিছত তেওঁলোকে হিন্দু ধৰ্ম আৰু হিন্দু আচাৰ গ্ৰহণ কৰি হিন্দু হৈছিল। প্ৰায় ৮•• খৃষ্টাব্দত প্ৰল নামে এজনে এই শশশু বংশ * এই বধ কৰি কাৰ পৰ ৰা হয়। এল বংশী ৰাৰ তিনটি ডিম পোৱা গৈছে,-ভেৰপূৰ বিৰ ওপৰত থকা লেখা; তেজপুৰত পোৱ তাৰ-ফুলি আৰু নগাৱত পোৱা ভাষৰফলি। তেপু তাৰ ফলিৰপৰা তিনি ৰাৰ নাম পোৱা যায়,—প্ৰল, হৰ্জৰ, আৰু ৰানমালা। নগাৰ ফলিত প্ৰল না মাই, কিন্তু জয়মালা, বীৰবাহ, আৰু যাৰণ এই কেইটা মাই বেছি পোৱা যায়। হৰৰ পুতেক বানালই অনেক বন্ধু বা কৰে। তেওঁ শেৱ আছিল। তেওঁৰ ৰাজ্য সমুদ্ৰ পৰ্যন্ত বিস্তাৰিত হৈছিল। ৰদেশৰ ৰ। দেবপাল কাম-কলি এখনত লেখা আছে যে তেওঁ কামৰূপৰ ৰা এনে উল্যিাৰ নাৰ বিপক্ষে কৰা যত সহায় কৰিছিল। এজন ৰজা বনমা বুলি বিৰ কৰা হৈছে। বলবৰ্ম্ম এই বংশৰ যষ্ঠ ৰজা। গেইট চাৱাৰে ত্যাগসিংহ ৰজাক প্ৰশস্থ বংশী হে ৰা বুলি ধৰিছে। প্ৰায় ২ বৰ এই বাণী। সকলে ৰাজত্ব কৰে। এই বংশী ৰাৰ ৰাজধানী গুৱাহাটীৰ উত্তৰে তেজপুৰৰ ওচৰত আছিল। ইয়াৰ পিছত প্ৰায় ১০০০ খৃষ্টাব্দত পাল বংশৰ প্ৰথম ৰাই কামৰূপৰ ৰাপাটত উঠে। পাল এই বংশ স্থাপন কতো প্ৰথম। এই পাল বংশী জাগল বঙ্গদেশৰ পাল বংশী বা নহয়। এওঁলোকৰো উপৰিপুৰুষ সেই বিখ্যাত নৰকাসুৰেই বুলি কয়। কিন্তু পাল বংশী ৰজাৰ তামৰ ফলিকিত এওঁলোকক ম্লেচ বা অহিষ্ণু ৰা বুলি উলেখ কৰা (ছে। এওঁলোকে শৰ ভোব হিন্দু ধৰ্মৰ আচাৰ নীতি গ্ৰহণ কৰি নৈষ্ঠিক হিন্দু হৈছিল। ব্ৰহ্মপালৰ পিছত তেওঁৰ পুতেক ৰত্নপাল বলা হয়। এই বা পালৰ দুখন তামৰ ফলি মুৱালকুচি আৰু বৰগাওঁ) পোৱা হৈছে। তেওঁ ম বলী আৰু যুগৰু ৰা আছিল৷ ৰত্নপালৰে সৈতে গুঞ্জ, গৌৰ, কেৰেলা আৰু দক্ষিণৰ ৰাবোৰৰ যুক্ত হৈছিল বুলি উল্লেখ আছে। তেওঁৰ ৰাজধানী ব্ৰহ্মপুত্ৰৰ পাৰত আছিল, আৰু তাৰ নাম দুৰ্জয় আছিল। পণ্ডিত, ধাৰ্মিক আৰু কৰিগৰু তেওঁ উৎসাহ দি তেওঁৰ ৰাজধানীত ৰাখিছিল। তেওঁৰ কেইবাটাও তাৰ খনি আলি। সৰ ভুটান। ভুটান তেতিয়া