পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২. খ , ৩য় সং ] ৰাহী। তেওঁ সেই সময়ত আসাম কামৰূপ প্ৰচলিত অসমীয়া ভাষাৰ কথা কৈছিল, বাৰে সৈতে , মধুৰ, যেসকলৰ ভাৰ নিচিনা যথ-ভাৰতৰ ভাষা এতে অতি অলপ। সেই খা, চানেকি আমি কত পাও? এক নয় পুথিত পাওঁ। কাৰণ লি সেই কাণত প্ৰচলিত আসামকায় তা অসমীয়া ভাষাত চিত। ডাকৰ পূৰি তাৰাৰে সৈতে আজিকালিৰ অসমীয়া গৰ প্ৰতে নায়েই বুলিব লাগে, থাকিলেও সি গণিৰ নোৱৰ। ভাৰতৰ আন আন প্ৰদেশৰ ভাষাৰ কত সালসলনি হৈছে, পৰিবৰ্তন ঘটিছে, আৰু সেই পৰিবৰ্তন ইমাৰ দূৰ হৈছে, যে আগৰ যুগৰ ৰাই পিছৰ যুগৰ ভাৰাক তিনি নোৱাৰা হৈছে; কিন্তু আজিৰ অসমীয়া ভাষাৰ গঢ় গণ্ডৰ শতিকাৰ অসমীয়া তামাৰ নিচিনা হৈয়েই আছে, যি ভাষা হিউয়েমচাঙৰ সতে মধ্যমৰৰ তাষাৰে সৈতে অলপ হে বেলেগ আছিল, যি মধ্যভাৰতৰ ভাষা ও মধু দেৱতাৰ নিচিনা আৰু আৰি কালৰপৰা একে দমেই আছে। অসমীয়া ভাই সকল। আপোনাসকলৰ মাতৃভাষা এনে অসমীয়াৰ সুখ্যাতি আৰু গৌৰত আপোনাসকলে নিক গৌৰৱান্বিত অনুভৱ নকৰে নে? আৰু এটা আমি এই ব্ৰাৰ ভিতৰত পাইছে, আপোনাসকলে মন কৰিছে নে নাই কব নোৱাৰো। সেই কালত ভাৰতবৰ্ষত লৰাক শিক্ষা দিয়া প্ৰণালী বেনে আছিল আজিলৈকে আলামত তেনেকুৱাই আছে। অৱঙ্গে আজিকালি সামৰ স্থূলত অসমীয়া গৰাক ইংৰাজী কি অসীয়া পঢ়োৱা প্ৰণালীৰ কই। আমি নাই কোৱা। আপামত ইংৰাজী শিক্ষাৰ বেছি প্ৰচাৰ হোৱাৰ আগৰে নগৰত আৰু গাৱঁত, আৰু আজিকালি গাবত যেনেকৈ অসমীয়া লৰাক বিভাৰম্ভ কৰাই লেখা-পঢ়া শিক্ষায় গুৰ কথা হে আমি কৈছে। হিউয়েনচাঙে লেখিছে যে ভাৰত লবিলাকক প্ৰথমতে ৰাৰ অধ্যায় থকা সিদ্ধ সন্তু নামৰ কিতাপ পঢ়ায়। এই সিদ্ধবন্ত আমাৰ অসমৰ পিঞ্জি" পঢ়োৱাৰ বাহিৰে আন একো নহয়। সিভিক নিশ্চয় হিউয়েন- চাঙৰ কিতাপৰ অনুযাসলে ভুলকৈ সিন্ধত্ব কৰিছে। শবিদ্ধ শিকাৰ কথা তেওঁ যি কৈছে, সেইটো ৰে আমাৰ শবশ খাৰু নকলে হব। শব- সধা কাৰু কয় কালি ইংৰাজী পঢ়া নতুন তিৰে নাজানিষ পাৰে।"দে শৰ এষাৰ সি; সে বিসৰ্শন নিয়ে এইদৰে দূৰ মাতি “দেব