পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম। দ্বিতীয় মুগ, মহাভাৰতৰ যুদ্ধৰ সময়ৰপৰা খৃষ্টীয় চতুৰ্থ শতিকালৈকে শোলা যায়। এই যুগত নৰকাসুৰ বংশধৰসকলে আসাম ৰাজত্ব কৰে। নৰকৰ পিছত সুবাহ আৰু সুপৰ্ণলৈকে ১৯ জন ৰজাই প্ৰাগজ্যোতিষপুত ৰাজত্ব কৰে। এই যুগতে খৃষ্টীয় চতুৰ্থ শতিকাত কামৰূপৰ ৰজা শলাদি বা শঙ্কলে বঙ্গ বিহাৰ জয় কৰে, গৌৰ নগৰ অথবা লক্ষণসতী স্থাপন কৰে, যি লক্ষণাৱশী প্ৰায় ২০০ বছৰলৈকে বলে জাসকলৰ ৰাজধানী হৈছিল); এই শঙ্কল ৰজাই উত্তৰ ভাৰতৰ পৰাক্ৰমী ৰা কেদাৰ ব্ৰাহ্মণৰ বাল্য আক্ৰমণ কৰি জয় কৰে; স্কাইথিয় টুৰাণ ৰজা আব্ৰুচিয়াবৰ ••• মোগল সেনা ৰণত হৰুৱায়; এই শঙ্কলৰ কথাকে ফিৰ্দ্দোচিয়ে তেওঁৰ মহাকাব্যত পাৰস্যৰ সম্ৰাট বাহৰাম চোৰৰ বিষয়ে লেখা ঘটনাবোৰৰ সম্পৰ্কীয় কথা উল্লেখ কৰিছিল। এই কালত কামৰূপ দিগিজী আছিল আৰু কামৰূপৰ মহাযশৰ বিজয়-দুন্দুভি বঙ্গ বিহাৰ আৰু উত্তৰ ভাৰতত নিনাদিত হৈছিল। | তৃতীয় যুগ,-খৃষ্টীয় চতুৰ্থ শতিকাৰ শেহৰপৰা সৰ শতিকাৰ নাজ ছোৱালৈকে। এই ছোৱাত আসাম অৰ্থাৎ কামৰূপ সমৃদ্ধিশালী, উন্নত। এই কালত কামৰূপৰ অৰিপতিৰ পৰৰাজ্য-আক্ৰমণম্পা গৈ নিৰাজ্য উন্নত আৰু সমৃদ্ধিশালী কৰিবৰ হৈছিল। এই কালত আসাম সুখ শান্তি। ও সোত। অন বিদ্যা বৰ নীতি চৰ্চাত এই কাল (ই। এই কালৰ আসামৰ প্ৰমাণিত বুৰঞ্জীৰ অলপ পোৰ দেখিবলৈ পাওঁক। এই কাণত আমি কামৰূপৰ উজ্জল ৰা তাৰ বৰ্মাক পাওঁ, যাক মহাপ্ৰতাপী বা চক্ৰবৰ্তী বৌৰ শিলাদিত্যই নিজৰ মহাষলৈ সাদৰেৰে নিমন্ত্ৰণ কৰি লৈ গৈ নিয়ন্ত্ৰিত আন সকলেবোৰ নৃপতিৰ আগত শ্ৰেষ্ঠ আসন দি সম্মানিত কৰিছিল। এই যুগত অৰ্থাৎ খৃষ্টীয় সপ্তম শতিকাৰ আগ ভাগত বিখ্যাত চীন পৰিব্ৰাজক হিউয়েনচাঙক আমাৰ এই ধাৰ্মিক আৰু সাধু।