পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ গুৰু-গীতিমালা। ( শাখ, ১৮৩২ তোমাৰ ঘৰ বাৰী নাই, সদাই তোমাৰ গছৰ তলত খিতি; আশা-বায়ু কিন্তু এতিয়াও তোমাৰ আছে যে গাতে লাগি। অজ্ঞান হৰা তুমি নে; বা | নোচোৱা কিয় নো ভাবি। যৰণ আহিল যৰিব লাগিব, এৰ। হে সকলো কাম। (সেই ছে তুমি) ভজ গোবিন্দক, জপা গোবিন্দক, লোৱ। গোবিন্দৰ নাম। ধন বিল তোমাৰ আছে যত দিন, আছে আপোনাৰ জন; আৰ্জিৰ নোৱাৰা হলে কি দেহ, পলাৰ গোটেইখন। বাতৰি তেতিয়া নয় তোমাৰ, ঘৰলৈ নাহেও আৰু; মোৰ শকতি থাকোঁতে ভকতি তুমি নকৰা কিয় নো যাক। মৰৰ আহিলে অৰিব লাগিব, (সেই হে) এৰ। হে সকলো কাম। তুমি তা গোবিক, পাঁগাবিন্দ, লোৱা গোবিন্দ নাম। উমেশ বৰুৱা।