পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পু, ১৩২ ] বাহীলৈ প্ৰবন্ধ পঠিৱাসকলৰপ্ৰত। কৰিযেই বা কিয়? ভাষা তো দুটা মহুয়; অসমীয়া ভাষা মানেই কামৰূপীয়া ভাষা কামৰূপীয়া ভাষা মানেই অসমীয়া ভাষা। আমি আগৰ জাননীত ভুলকৈ কামৰূপীয়া ভাষা মেলেখি নামনি-সামন মাত বা কথা লেখাহেঁতেনেই যে কৰে। ইমানবোৰ হেঙ। নালাগিলহেতেন। গত সংখা ৰাহীত প্ৰকাশ যু ভোলানাথ কাকতিৰ প্ৰবন্ধটো মন দি যি পঢ়িছে তেৱেই আমাৰ অভিপ্ৰায় বুজিছে। ভাটীৰ অসমীয়া কথাৰে কেনে একেটি সুন্দৰ কবিতা বচন। কৰিব পাৰি এই বাৰ “হু মোৰ হৰি" পটো পঢ়িলেই বুজা যায়। Dialectical Peculiarities of acp10 1591 671467156 077 dialectএক ইতিকিং কৰা হয় অথবা থাই ভাষাৰ প্ৰতিষী কৰি তাক প্ৰিয় কৰিবলৈ চেষ্টা কৰা হয় এইটো আমি সমূলি মনিব নোৱাৰে॥ বৰ্ণ Burns) কবিতাৰ উদ্দেশ্য ইংৰাজী ভাষাৰ বিপাচাশ বুলি কোনেও বুজা কথ? আমি নাজন। আশাকৰে। আমাৰ বন্ধুসফুসে কথা কৈ ভাবিব আৰু আমাৰ উদ্দেশ্য ও কৈ মুজিব। নামান। অসমীয়া কত সুন্দৰ ৰচনা, নতুনেই হওক বা পুৰণিয়েই হওক, আমাৰ সকলোৰে আদৰৰ হোৱা উচিত। উদাহৃদয় ৬ কালাম বৱ আই প্ৰকাশিত "ধিকাৰ কৰু ভঞ্জন” কিতাপখনি পঢ়ি অমি মুগ্ধ হওঁ। তেনেকুৱা ৰচনা মোহাৰি আৰিবলৈ যোৱাটো ভাল নে? অসমীয়া-ভাষা ৰূপী পূৰ্ণচন্দ্ৰৰ চাৰিউকালে তেনেকুৱা সৰু সৰু একোটি তৰা থাকিলে অসাম- আকাশ উ হব বুলিহে আমাৰ বিশ্বাস। আমাৰ গাটীৰ অসমীয়া কসকলে নো কি বুজিছে. আমি কব নোৱাৰে। তেওঁলোকে যি বুক, এইটো নিশ্চয় যে আষাৰ উদ্দেশ্য সঞ্জ। আমাক ভুল বুজি তেওঁলোকে বোৰ পোৱাত আমিঃ বোৰ পাইছে। সম্পাদক। বহীলৈ প্ৰবন্ধ পঠিৰাসকলৰ প্ৰতি। , ,।-পি। চা,,।-আপোমাৰ কবিতাটো বৰ দীঘল আগলৈ চুটিকৈ লেখি।