পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাহী। [ম বহু সংখ্য শলাগ লোৱা সমিতি Mutuat Admiratiot Society) পঠিত হৈ স্পেনি সাহিত্যৰ ৰিমোৎকৰ্ষ সাধন কৰি তালৈ একেবাৰেই নিৰ্বন প্ৰাপ্তিৰ বাট মুকলি কৰিছিল। 691*747015 (rey Ho Chivalry 15+ (116 Knight Errantıya যেনেকুৱা ঘিণ লগা অৱস্থা হৈছিল, ওঠৰ শতিকাত স্পেনিচ সাহিত্যৰে। প্ৰায় তেনেকুৱই দশা। মহাকবি (চক্সপিয়েৰে এঠাইত কৈছেঃ-*-There is some soul of goodnes in thing evil" অৰ্থাৎ বেয়াৰপৰাও ভালটো ওলায়। যদি স্পেইনত knight &vranty তে দুৰৱস্থা নহলহেঁতেন, আজি বিশ্বসাহিত্যই Cervantes Adventures of Don Quixote 3 নিচিনা খনীয় গ্ৰন্থ লাভ গৌৰবান্বিত হব গোৱাৰিলেহেঁতেন। ঠিক তেনেকুৱাকৈ ওঠৰ শতিকা স্পেনিচু সাহিত্যৰ দুৰৱস্থাৰ বাবেই, wifes Don Renan Yriartez " Fabolas Literarias" (atfout সমন্ধীয় উপ কথা। সেই সময় স্পেনিচ শাহি জিলিকাই নাপিছে। Yriarte ১৭৫ খৃষ্টাব্দত টেনেৰিফ দ্বীপ জন্ম গ্ৰহণ কৰে। মেড্ৰি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ভঁও সাহিত্যানুশীলন কত নিযুক্ত হয়। তেওঁৰ সাহিত্য সম্বন্ধীয় উপকবিলাকৰ নিমিষেই স্পেনিচ-সাহিত্য-জগত তেঁওৰ নাম প্ৰখ্যাত। সমালোচকে তেঁওৰ এইবিলাক Fables Talatura fafuze: - The influence of Yriartes fables was much ne ded in the age of bad writin: in which they appeared and in which he shewed originality by adapting the attóinutes of animals to only one clase of men, namely authors and not mankind at large, as had alwaye been done before. $1** 8193 Yria. te! ** ১৮৫৪ খৃষ্টাব্দত ইংলণ্ডত Bockliff এ Triarte ৰ এইবিক উপকথা ইংৰাজীত তমা কৰি এখন ঐ প্ৰকাশ কৰে। তলত দিয়া কবিতাটি সেই কিতাপৰ এটা উপখাৰ খুলি ভাঙনি। উত কৰা।