পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। [২য় খহ, ২য় সংখ্যা কিয়নো, জাপানে বুঙ্গি চাই নিজৰ বেয়াটো এৰি পালটো আগ্ৰহেৰে লৈছে; সদাই পৰ দোষ শলৈ চাই অস্ব-পৰীক্ষা কৰি আছে। “মোৰ সমান ফোন আছে?" এই ভৰি চকু মুদি গেল। গত শখ-বিভ্ৰান্ত হৈ থকা নাই। নিজৰ যোগ্যতাতকৈ নিক শ্ৰেষ্ঠ বুলি ভাবিলে মানুহে তোমালৈ চাই ইতিকিং কৰিব। কিন্তু নিজৰ বোগ্যতাত*ৈ নিজক কৰে সৈতে সচ ঝৈয়ে ( আকাক্ষাৰ উচৰ লগত নিজৰ যোগ্যতাৰ তুলনাই বিনম্ৰত। আনে তাৰপৰা নহয়) নীহ বুলি বিশ্বাস কৰিলে, বা নিজ যোগ্যতা উপলব্ধি কৰিব নোৰিলে, তুমি পলৈ নামি যাব লাগিব। নিজৰ যোগ্যতাতকৈ নিজক শ্ৰেষ্ঠ বুলি ভবাত বৰঞ্চ জলপ তোশীতাৰ চিন পোয়। যায়, কিন্তু যোগ্যই নিজক যোগ্য বুলি বিশ্বাস কৰি পশুজীৱন যাপন কৰিবলৈ ধৰিলে তাৰু ক্ষমা কৰিব নোৱাৰি।। | আত্মশক্তি উপলব্ধি কৰিব পৰা আৰু আত্মশক্তিৰ ওপৰত বিশ্বাস থক। এটা সৰ ডাঙৰ গুণ। বেলেগ বেলেপ প্ৰাণীৰ গতি বেলেগ বেলেগ পৰিমাণে এই শক্তিৰ বিকাশ দেখা যায়। যুক্তিশক্তিৰ সহায় (পাৱা বাবে মানুহৰ গত এই গুণৰ সৰ্ব্বশ্ৰেষ্ঠ বিকাশ। তল খাপৰ প্ৰাণীবিলাকৰ যুক্তিশক্তি তেনে এখৰ নোহোৱা বাবে হে মানুহ আজ পৃথিবীৰ ৰ। অসংখ্য শ, ফেটি সাপ, বাস, শেন ইত্যাদিয়ে বুপৃিৰ্ণ উপায় টাই শক্ত শাধিৰ জনাহেঁতেন সিহঁতে লো মানুহৰ কি লটিঘটি কৰিব নোৱাৰিলে হেতেন? এজন বৈজ্ঞানিকে কৈছে, বোলে, পক্ষী নাতিৰ যুক্তিশক্তি হেনো ক্ৰমে বাঢ়িবলৈ ধৰিছে। এই শক্তিটা লিষ্ঠত মৰুিহ যেতিয়া সম্পূৰ্ণৰূপে পৈণত হব, তেতিয়া সিহঁতে মানুহ জাতিটোক নিজৰ অধীনলৈ আমি মানুহৰ শ্ৰেষ্ঠ আসন অধিকাৰ কৰিব আৰু পৃথিবীৰ শাসক জাতি হব। মানুহকে আদি কৰি সকলো আৰু তেতিয়া সিহঁতৰ আজ্ঞাবহ হব। গৰ, থোকা, তী, মই, কুকুৰ, ছাগলী প্ৰভৃতি এক মাহে যশ কৰিছে হয়, কিন্তু পক্ষী জাতি, চৰ গতি আৰু আন ভালেমান জাতি মাহে এতিয়া বাৰপৰাকৈ ভালকৈ বশ কৰিব পৰা নাই। এইবোৰ প্ৰাণীৰ লগত মানুহৰ এতিয়ালৈকে পৰম্পৰ শত্ৰুতা হে চলিছে। ভালেমান