পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুং, ১৮৩২ } বিলাতৰ কথা। দেখিয়েই জানিব পাৰি। ওচৰ হল জাহাজৰ কি না, কলৈ যায় ইত্যাদি নিবৰ মিৰিক্তে যাত্ৰীসকলৰ ভিতৰত বৰ কোটাল লাগি যায়। জাহাজখন সসু পৃথিবীৰ দৰে। তাই নানান ৰকম যায় যায়। তেওঁলোকে যাৰ যেনে স্বাৱ কি পদ মৰ্যাদা, আৰ্থিক সামাজিক অৱস্থা, ঠিক তেনে মানুহৰ লগত সঙ্গ নয়। ইয়াত নানান শ্ৰেণীৰ মানুহ। মিশিটেৰি শ্ৰেণীৰ মান শ্ৰেণীৰ স নলয়, তেওঁলোকে নিজকে বা উচ্চ ভাবি নিজৰে ভিতৰত তা খেলে, মদ খায় আৰু মোৰ প্ৰমোদ কৰে। সাউদৰ শ্ৰেণীৰ মানুহে সাউদৰ শ্ৰেণীৰ লগত। ইত্যাদি। ইয়াত ইংৰাজীত যাক clique “দল" কয় তাক সুন্দৰৰূপে দেখা যায়। | ব্ৰিটি জাতি আমোদপ্ৰিয়। যিখিনি সময় তেওঁলোক জাত থাকে সেই খিনি সময় কেনেকৈ আমোদ প্ৰমোদে ৰং ধেমালি কৰি কটাব সেই নিমিত্তেই তেওঁলোক চিন্তাকুল। যাত্ৰীবোৰৰ ভিতৰতে তেওঁলোকে নানান আমোদ প্ৰমোদৰ নানন কমিটি গঠন কৰে; যেনে Sports cominittee (থল খেদা কমিটি তেওঁলোকে সেই সৰু ঠাই কণতে খুব গম্ভীৰ ভাৱে ক্ৰীকেট খেলে। কোনো কোনো মানুহৰ মুখত এনেহে ভাব যেন এই ক্ৰীকেট খেলতে ব্ৰিটিচ সাজ্যৰ ভবিষ্যত অবলম্বন কৰিছে। জাহাঙ্গত জীকেট খেলা মানুহৰ এজনৰ মূখ আমাৰ এতিয়া এই লেখি থাকোতেই মনত পৰিছে। ইয়াৰ মানে আন একো নহয়; ব্ৰিটিচ হতে যি কাম হাতত লয় তাক ঠিকমতে কৰিব খোজে। কনট কমিটি অথাৎ নাচ গানৰ কামটি ও হয়, ইত্যাদি। এই আটাইবোৰ কথাতে চচক্ৰিপচন দিব লাগে। আমি তিনি বৰ অহা যোৱা কৰি বিমান দূৰ দেখিছ, ভাৰতীয় যাত্ৰীসকলৰ সৈতে ইউৰোপীয় যাত্ৰীসকলে এইবোৰ আমোদত যোগ নিবিয়ে; সহ গ ভাৰতবৰীয়ই চচুকিপচন হে দিয়ে মাখোৰ। এই জাহাজৰ আমো। প্ৰমোদৰ বিষয়ে পাছত কবলে আশা ৰাখিলে।। আমি এতিয়া ডনে। জাহাজেৰে যাব লাগিছে। এডেনৰ পাছত চুৱে (suez) পালে।। চুৱেগ, এতিয়া যিমান দূৰ মনত পৰে, আমি নিশা পালোগৈ। আমাক আটাইবোৰ যাত্ৰীকে চুৱে পালতে ওপৰৰ ডেকৃত গাহি শাৰী শাৰী হৈ থাকিবলৈ আমাৰ দ্বিতীয় শ্ৰেণীৰ ঔ কাৰ্ডে আহি