পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হী। পু, ১৩২ 1 কৰতোয়া নৈ যি ৰাজ্যৰ পশ্চিম সীমা, শীই বা জীং যাৰ পূৰ লামা, কান আৰু গিৰিকাক নামৰ পৰ্ব্বতবোৰ যাৰ উত্তৰ সীমা আৰু ব্ৰহ্মপুত্ৰ আৰু লক্ষ্মীনীৰ সৰ যাৰ দক্ষিণ সীমা আলি, অৰ্থাৎ আজিকালিৰ ব্ৰহ্মপুত্ৰৰ উপত্যক। ভুটান, ৰংপুৰ আৰু কোচবিহাৰ মিলি ৰি কামৰূপ ৰা হৈছিল সেই কামৰূপলৈ মনত পৰে। কাৰণ, কামৰূপ মাম নিলেই প্ৰাগজ্যো- তিষপুৰ যাপন কৰোতা, কামাখ্যাত অনেক ব্ৰাহ্মণৰ বসতি কৰাই দিওঁতা, বিঃ বাৰীয়েক মায়াক বিয়া কৰাওঁতা, প্ৰথমতে হিন্দুধৰ্ম্মত আস্থাবান হৈ বিষ্ণু যমৰ পাৰ হৈ পিছত বাণৰ সংসৰ্গদোষত সেই হত অনস্থা- বান হৈ অত্যাচাৰী অনাচাৰী হোৱাত কুকৰ হাতত প্ৰাণ হেৰুৱাওঁতা নানু মনত পৰে। কাৰণ, সেই শব্দটো শুনিলে নৰকাসুৰৰ পুতেক গলৈ মনত পৰে যি গুগৰ প্ৰাগজ্যোতিষপুৰ মধ্যম পাণ্ডৱ এনে আজ কবিত, নিজৰ কিৰাত আৰু চীনা সেনা লৈ যি ভগই মেয়ে সৈতে আঠ দিন তুমুল সংগ্ৰাম কৰি শেহত ঘাটি ক্ষুধিষ্ঠিৰক কৰ দিবলৈ শান্তি হৈছিল; আৰু যি অগই মাজাৰতৰ যুঁজত দুৰ্যোধন শীয়া হৈ যুৰ কৰি অসীম বীৰত্ব দেখুৱাইছিল, যি শীৰৰ বিষ যথানিবলৈ মহাখা কোপৰ চাৰি অধ্যায় লাগিছিল;-অৰ্থাৎ ভগদত্ত নামৰ যিজন কামৰূপীয়া ৰাই কুৰুক্ষেত্ৰৰ যুত মহা পৰাৰ দেখুৱাই ভীমৰ তৰণৰ অৰ্য্যোধন সবাই অনাৰপৰা অৰ্জনৰ হাতত তেওঁৰ মৃত্যু ঘটালৈকে যি বাৰু সেই চাৰি অধ্যায়ত ৰণোৱা হৈছে, সেই কাৰণ, কামৰূপ বুলিলে খৃষ্টীয় চতুৰ্থ শতিকাৰ শহুল বা লাদি নামৰ মহা পৰাক্ৰমী কামৰূপীয়া ৰালৈ মনত পৰে, যি উতৰভাৰতৰ কোৰ ৰা নামে ডাঙৰ ৰা এজনৰ ৰা আক্ৰমণ কৰি যুত কোৰ ৰজাক হৰুৱাইছিল; যি ভাগীৰখীৰ পূৰ ফালৰ দেশ এ গৰু বিহা জয় কৰিছিল; যি গৌৰ নগৰ অথবা লক্ষণাৱতী সংস্থা- পল কৰিছিল; যাৰ • হাতী, ১••••• থোৰা আৰু ৪••••• পদাতিক গৈ আছিল; যাৰপৰা আইখিৰ টুৰাণ ৰজা আচিয়াৰে কৰ বিচৰা বাৰে যি সেই চিৰাবৰ •• এল বা মোসল সেনাৰে সৈতে গোৰা- যাট পৰগণাৰ ওচৰৰ কোচ পাতৰ কাষত! কৰি সেই সেনাবোৰ গত।