পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮ ৰাহী। (২য় বহুৰ, ২য় সংখ্যা মানুহৰ দেশৰ মাজেঙ্গি। উত্তৰ-পশ্চিম বাটেদিয়েই কাৰ্য আৰু চেমিটিক বংশ মইবিলাক ভাৰতলৈ আহিছিল; সম্ভবতঃ সেই বাটেদিগেই আফ্ৰিকা নিগ্ৰো তিৰে সম-লগা এই প্ৰাবিড়ীবোৰ আহিছিল। অৱশ্যে তেনেহলে তেওঁলোক আৰ দেশৰ মাজেদি আহিব লগীয়াত পৰিছিল। আৰৱত এবিড়ীৰ চিন-মোকাৰ পিছৰ কালৰ চেমিটিক জাতিৰ দ্বাৰাই খাই নাইকিয়া হল। কোনো কোনো পণ্ডিতে আৰু এটা অনুমান কৰে যে অতি পুৰণি কালত লেমুঝিয়া নামৰ এডোখৰ ঠায়ে আফ্ৰিকা মাডাগাস্কাৰেৰে সৈতে জাতক লগ লগাই থৈছিল; সেই ঠাইডোখৰ কালত সাগৰে বুৰাই ভাৰতেৰে সৈতে আফ্ৰিকা সম্বন্ধ ছিল। সেই লিমুৰিয়াইদি- য়েই আফ্ৰিকা দ্ৰাবিড়ীবোৰ ভাৰতলৈ আহিছিল। এইটো এক ৰকম থিৰ হৈছে যে দ্ৰাবিড়ী জাতিৰ মানুহে একালত গোটই ভাৰত জুৰি বসতি কৰিছিল আৰু আৰ্যবিলাক ভাৰতলৈ অহাৰ বহুকালৰ আগৰেপৰা তেওঁলোক ভাৰতত আছিল। আৰ্যবিলাকৰ হেচা-ঠেলাত দ্ৰাবিড়ীবিলাক উত্তৰ-ৰৰপৰা কি গৈ গৈ দক্ষিণ- কাহত থুপ পালেগৈ, আৰু যিবোৰ কাষৰে পাজৰে ৰৈ গল সেইবোৰে অৰ্য্যৰ ভিতৰত সোমাই আৰ্য জাতি-বিভাগৰ অতি তলৰ শ্ৰেণী অধিকাৰ কৰিলে। আসাম প্ৰাবিড়ী মানুহৰ বসতি আছিল। আসামৰ দ্ৰাবি- ডুয়ে দুঙ্গালৰ হে খাইছিল, পচিমৰপৰা আৰ্যৰ আৰু পূবৰূপৰা অনাৰ্য মঙ্গলীয় আতিৰ। এই দুই প্ৰবল জাতিৰ হেঁচাত তেওঁলোকৰ আঙুধিলোপ টিল; সৰহ ভাগ অনাৰ্য জাতিৰে আৰু অলপ ভাগ আৰ্য জাতিৰে মিলি গৈ আপোনাৰ সুকীয়া অস্তিত্ব তেওঁলোকে নাইকিয়া কৰিলে। পণ্ডিত সকলে কয় যে আসামত দ্ৰাবিড়ী জাতিৰ অৱশিষ্ট ডোম অৰ্থাৎ নদয়াল জাতিৰ ভিতৰত দেখিবলৈ পোৱা যায়। | উত্তৰ-পশ্চিমৰ বাটেদি অৰ্যবিলাক ভাৰতত সোমোৱাৰ আগৰেপৰা মঙ্গলীয় জাতিৰ কোনো কোনো ফৈদ উত্তৰ-পূবৰ বাটেদি আসমত সোম- ইন্থি নে নাই, এই কথাৰ মীমাংসা কৰা টান; সম্ভৱত সোমাইছিল। অনন্ত কালৰ সোঁতেৰে সৈতে হোত মিশয় ভাৰতলৈ বৈ আছে। অতীত কালত কই মঙ্গলীয়া জাতিৰফৰ মানুহ দ্ৰাবিড় জাতিৰ আহেৰে