পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আপোশ ১৮৩২ ] অসমৰ কলিতা জাতি। ৩৭ দেখিবলৈ পোৱা যায় যে কৰণ অতি (৯) বৈশৰ ঔৰসত শূদ্ৰানীৰ গভত উৎপত্তি হয়। পিছত এওঁবিলাকে ভবিষ্যতে কি ব্যৱস আশ্ৰয় কৰি ৱন যাপন কৰিব আৰু জাতি বিগত কোন স্থান অধিকাৰ কৰিষ এই বিষয়ে ব্ৰাহ্মণসকলক কাকুতি মিনতি কৰি প্ৰাৰ্থন কৰাত ব্ৰাহ্মণপশে কলে (} ৰে তেওঁবিলাক কণ{ কায়স্থ) নামে প্ৰসিদ্ধ হৈ যুক্ত হব আৰু বিমাচা মিষ্টভাষী হব আৰু দেৱতত ভক্তি ৰাখি চলিব। এওঁবিলাক সজ্জ নামে খত হব। বোধকৰে। এইবাবেই এৱিক পুৰণাদিত সচ্ছ এ নামে পৰিচিত। কিন্তু এ শিলক সচ্ছ দু হলেও মূল প্ৰাণ ক্ষত্ৰিয়, আৰু বৈত জতিৰ সমকক্ষ নহয়। অনেকে বিশ্বাস কৰে যে এওঁবিলাক ত্ৰাণাৰি চাৰি তিৰ ভিতৰৰ ৬ জাতি। পিছত লেখা পড়া শিকে আৰু ব্ৰাক্ষণসলে এওঁবিলাকৰ মই গতি তাল দেখি কাইথ অৰ্থাৎ কাকী নাম দি শুদুদিৰ লৰ শিকাবলৈ নিযুক্ত কৰে। এওঁবিলাকে যি লেখাপড়া শিকাইছিল সি শাজিন “কাই খেলি” নামে প্ৰসিদ্ধ। তাৰপৰাও কাইৰ ভাল পদ কায়স্থ নামে পৰিণত হয়। তাৰ প্ৰমাণ স্বৰূপ আজিকালিও আমি বহুত দেৱাৱত এজন ভাল কাই বা ভাণ্ডাৰ কায়স্থ (accountant }দেখো। কিন্তু তেওঁ মে কায়স্থ জাতিৰ মাহৰ লাগে তাৰ এতো নিয়ম নাই। গতিকে প্ৰায় দেৱ যি ঠাইৰ যি জাতিৰ মানুহ সুবিধামতে পোৱা যায় সেই ঠাইত সেই জাতিৰ মানু, হেই তৰাল কাই হয়; যেনে কলিতা, কায়স্থ, কোচ ইত্যাদি। প্ৰবন্ধৰ কলে বৰ বেছি হোৱা দেখি কায়স্থ জাতি যে স স বা শুদ্ৰ সেই বিষয়ে বৰ্তমান ইয়াক বিশেষ প্ৰমাণ দিয়া নগল। বিষ্যতে সেই বিষয়ে কোনোৱে প্ৰমাণ খুজিলে আমি তাৰ ভাৰ গাত ললো। কাশীনাথ ভালুকদাৰ}