পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসামৰ কলিতা জাতি। { ১ম বছৰ , ১১ সংখ্যা ৰাহীৰ ৩৬ পৃষ্ঠাৰ পিছত ) কোনো দুটা বিষয় সৰ্বসাধাৰণে বিচাৰ কৰিব লাগিলে তাৰ বাহিৰ আৰু দোষ গুণ জনা দৰকাৰ। পিছত ন্যায্য বিচাৰ কৰি তেওঁবিলাকে প্ৰমাণলত যিটোকে শ্ৰেষ্ঠ বা নিকৃষ্ট বিবেচনা কৰে সেইটোৱেই আমাৰ মত। সেইদেশি ফলিত আৰু কায়স্থ জাতিৰ ভিতৰৰ এই ৰাৰ কায়স্থ জাতিৰ আঁতিগুৰি সম্বন্ধে লেখিলে। অহা বাৰলৈ কলিতা জাতি সম্বন্ধে আলোচনা কৰা হব। পুৰণি কালত মহাভাগ ঔষৰ বংশত যেণ নামে এজন ৰজাই ৰাজত্ব কৰে। এওঁ পথ এৰি অৰ্থ উপানি মনযোগ দিছিল আৰু এওঁৰ দিনতেই সঙ্ক তিৰ উৎপত্তি হয় (১)। এওঁ প্ৰথমে অসৰণ ৰাতিৰ মানুহৰ সংযোগ কুৰি বিধ বৰ্ণসঙ্কৰ জহি ওপজায় আৰু ইয়াৰ পিছত এই বৰ্ণসঙ্কৰ আৰু আন কান চাষেক আতিৰ মানুহৰ লগত অসংখ্য বৰ্ণসৰ জাতিৰ সৃষ্টি হয়। ইয়াৰ অগেয়ে ব্ৰাহ্মণ, ক্ষত্ৰিয় বৈ আৰু শূদ্ৰ এই চাৰি জাতি হে আছিল। পূৰ্বোক্ত কুৰি বিধ বৰ্ণসঙ্কৰ জাতিৰ ভিতৰৰে কৰা এবিধ। এই কণেই (২) কালক্ৰমত কায় নাম ধাৰণ কৰে আৰু আজিকালি সকলোইতে সেই নামেই পৰিচিত। কায় আতি যে বস। এই বিষয়ে ব্ৰহ্মবৈবৰ্ত পুৰাণ (৩) দেখিলে তা সত্যতা বিষয়ে বিশেষ প্ৰমাণ পোৱা যায়। এতিয়া আমাৰ দৰকাৰ যাস কৰণ জাতি মূল কোন কোন জাতিৰ সংযেগত হল আৰু তেওঁবিলাকে জাতি বিগত কোন স্থান অধিকাৰ কৰিলে। এই বিষয়ে বিচাৰ কৰি চালে (১) পুৰা ৰেণো থলথ স্বল্য বাৰতে। জাকিৰ ফালে জাহাং সঙ্কৰে। বৃদ্ধ পুৰৰ বসতি নিপা-য্যাস ইট | {পক্ষ কৰা । (৩) ব্ৰহ্মন পূণ, -কলা কিন্তু এখন বিৰ্গ ৩ ৰেৰ। বিগন্ধ পায়। ৩। (।) বুখ পুৰাণ ৰসৰাতি মিল। ) পুৰাণৰ ৰসৰ জাতি শিপন।