পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঘোণ, ১৮৩] অসমীয়া হুজুগ। এইদৰে “আলোচনী" কাকতৰ ওপৰতো ৰেহ-পত। এশ্ৰেণীৰ ডেক। লগ পাইছিলে। তেওঁলোকেও আলোচনী"ৰ দোযকে হে দেখে। কিন্তু ইং ১৮৪ চনৰ প্ৰথম অসমীয়া কাকত অৰুণোদয়ৰ দিনৰেপৰা আমি লৈকে যি ঠাইত ১৪ ঘন কাকত অল্পায়ু হৈ মৰি গৈছে সেই মাৰাত্মক ঠাইত টকীয়াকৈ এখন মাহেকীয়া আলোচনী উলিৱ। কিম টিলা কথা তলৈ নগম। আমি হলে আলোচনা চলোৱাসকলক বছেকে নানান বাধা-বিঘিনি তিক্ৰম কৰি নিয়ম মতে প্ৰত্যেক মানুষ ১ লা তাৰিখে কাকত প্ৰকাশ কৰা দেখি নথৈ শলাগিছে; আৰু ৮, টকা ধাৰ লগাইয়ে। সে দেশৰ হিতাৰ্থে মহং কাৰ্যটিত দুনাই লালি বলৈ যত্নবান হৈছে তাৰ বাবে তেওঁবিলাক আৰু প্ৰশংসাৰ পাত্ৰ।। অৱশেষত মুঠতে আমি ইয়াকে কব খোজে। বে এতিয়া আমাৰ মিছা, অলক, সৰু কথা একোটাক বৰটো কৰি, ৰোটোকে ঢৌটো পাতি পৰম্পৰৰ মাজত বাদ বিসম্বাদ কৰিবৰ দিন নয়। যদি আমি লৰ্ড কাঞ্চন তুলি দিয়া ঢৌৰ হেন্দোলনি ত নাচিব খোজে। আৰু কলমটিয়াই থাকিবলৈ ভাল নেপাওঁ তেন্তে সময়ৰ আগ-টিকনিত ধৰি আমি এগোট হৈ আমাৰ পৃথক পৃথক ক্ষুদ্ৰ ক্ষুদ্ৰ মহবোৰক শেষবাৰ টিকিৰ পুৰি, এক মত হৈ, মাই, এঙাৰ, বাহৰ চুঙা, খোৱা-খোৱাই সৈতে দলিয়াই পেলাই নিজৰ ঘৰ আঁতাবলৈ যতন কৰা কৰ্তব্য। দুগৰ কাৱৈ লগতে উজুৱা উচিত। There is a title in the affairs (of inefi which, taken at the flood, leaps of to faitute; Omitted, all the voyage of their life is bound in shallows and in raiseries, --Shakespeare ভোলানাৰ কাকছি।