পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। (২য় বছৰ, ১ম সংখা শত হে ঠাই পায়। যদি সম্পাদক ডাঙৰীয়া উজনীয় নহৈ নামনিৰ মানুহ হলহেঁতেন তেওঁ আমাৰ আৰু শলাগৰ পাৰ হলহেঁতেন। কিন্তু দুখৰ বিষয় কোমো কাকতৰ সম্পাদকে এই স উতে মাথোন ঠাট্টা বিদ্ৰুপৰ গোন্ধ পাইছে। বোধকৰে। সেই কাপৰ বলতে কোনো কোনো লোকে প্ৰথতে মন নকৰা নভবা অৰ্থ এট। “কামৰূপীয়া ভাষা” কথাষাৰত উলিয়াবলৈ যত্নবান হৈছে। কিন্তু জন্ম লগোৱ বৰ সহজ। প্ৰত্যেক কথাৰ দুটা ভাব থাকে, বেয়া আৰু ভাল। বেয়াটোকে হে যে মাহে পোনেই বিচাৰি পায়, জালটাক নো নেপায় নে? কামৰূপৰ অৰ্থ আপেয়ে যিহকে এক বৰ্তমান কামৰূপ জিলাকে বুজায়। আৰু “ভাষা” কথাটো যদিও একলৈ ব্যৱহাৰ কৰিলে “সাত-কা* (spoken dialect} নুবুজাব পাৰে কিন্তু কামৰূপীয়া ভাষা” কথাৰত কামৰূপ জিলাৰ মানুহৰ মাত কাকে হে বুজাইছে। নমীৰ সৰ উদ্দেশ্য কথা আমি ওপৰত উনুকিয়াই আহিছে। যদিও অসমৰ প্ৰত্যেক জিলাৰ মাত কথাত হেনা-হুচা আছে তা অস- ম মাথা সমানে দুগ কৰিব পাৰি। এই সত্যটি মুকালেও অসমীয়া ভাষাই গা টাব পাৰিব আৰু একো অপ্ৰিয় সত্যও নহয়। আসামৰ মাত- কৰাৰ দুভাগে ভাগ হোৱাত আমাৰ বেহা-বেপাৰৰ, খোৱা-লোৱাৰ, অইন কি বিয়া-বাৰুৰো ব্যাঘাত হোৱা নাই। সাহিত্যৰ বাটত তো কাইট অতী- ততে হোৱা নাই, এতিয়া হোৱা নাই, আৰু আগলৈও মম। আমি নিই সৰপৰা কামৰূপীয়া মানুহৰ সৈতে ঘনিষ্ঠ ভাব ৰাখি আহিছে। উনিলৈ যোৱ কামৰূপীয়া বেপাৰী আদি মানুহৰ মাত-কথা সুৰেৰে গোৱা বুলি কীৰ্তন দামি বা হেলহেৰে ৰ অৰে মানুহক নিমন্ত্ৰণ কৰি শুনে। এনে সুলত যদিও উনিৰ মানুহে এই আননী দিছে ভাত ঠাট্টা-বিদ্ৰুপ গোব্দ পোৱাটো এবিধ মানুহৰ অন্তৰ; সকলোৰে নহয়। গতিকে স্বাহী” ওপৰত ঠেহ পাতি "ীক আৰ, “বাহী"ক ভাং কৰাটো নিতান্ত মুনুত। বাহীয়ে গদি ৰাইৰ ঘৰত গৰ লগাইছে বিচাৰ কৰি দায় পালে ১ কৰক, “বাহী"এৰি কিয়? কি কোনো সমীয়াৰ তেনে ফা একা আচৰিত কথা নহয়। আমাৰ ভাই সহন।