পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ বাঁহী। [ ২য় বৰ ১ম সংখ্যা সেইবিলাক খেতি শিকি আহি বহলাই খেতি কৰিবলৈ অসমীয়াৰ ওচৰলৈ আহে তেতিয়া তেওঁবিলাকৰ শাজী খোৱা প্ৰকত হেপাহৰ চিন পোৱা যায়। শাড়ী খাব নোৱাৰে; শাড়ীয়ে আপোনাক পিছে পিছে খেৰিছে আৰু শাপুনি আপে আগে চিয়খিৰি পৰিছে আখেনি। কাৰণ, শাড়ী পিবি জানিলে তো হাত বাতি অহা গুণ একো নাই। পি উন্নতিৰ বাটবে। জং নহয়। বৰ ভাৰতৰ এটাইতকৈ উন্নত সম্প্ৰদায়ৰ মাইকী মানুহৰ পাৰ বৰণ শাড়ী। পাচী মহিলাই শাড়ী হে পিষে। এই পাচ জাতিৰ সম্বন্ধে এদিন স্যৰ হেৰি কটন চাহাব বাহাৰে কৈছিল যে যদিও তেওঁ বিশাক লেখত ৯০ হেজাৰ মাথোন, গুণত ভাৰতৰ অইন মানুহৰ ১০ হেজাৰৰ (১ কোটি) সমান হব। আপোনাৰ সেই মখমীয়া অদম্য সুগাৰ ৰা লেউসেউ কোমল পাট চুৰীয়া কলৈ গল? এতিয়া সেখান অতি শিক্ষিতৰপৰা অতি চহা অজ-মুগ্ধলৈকে জিঞাৰ পাখি যেন পাতল মানুষ্টোৰৰ বা চিঙাৰ বা ৰামপুৰৰ পুষ্টি পিন্ধিলে যে বিয়া সহ খাবলৈ যাব পৰা হয়। মহা মানুহৰ সাজ-পাৰৰ যি দৰে লৰচৰ হৈছে, মাইকী মানুহৰ সাজ-পাৰৰে সেইদৰে লৰ হব। আমাৰ দেশত এটা পোক চলতি মাই বুলি সেই পোহাক গৰিহণা যোগ্য বুলি কোৱাটো কি জ্ঞানগৰ্ভ কথা তা বিবেচকসকলে এবেলি ভাবি চাষ। শৰী-নিবাৰিণী সাতকৈ “মেখেলা জাণিী” সভা পাতি যুগ আদি সূতাৰ নাটনি পৰাত কি উপায়েৰে পূৰৱ অসমীয়া তিৰোতাৰ পাই বিহা খেলো দেখি থাকিবলৈ আশা কৰিব পাৰি তাৰ আলচ কৰাটো কেনে? | তাৰ পাছত “গ” উঠিছে অসমীয়া ভাষা সম্পৰ্কে, যেন আকৌ এটা অসমীয়া ভাষা সৃষ্টি কৰিব। এই কলিকতাত অসমীয়া কিন ভিতৰত দুই এবছৰৰ ভিতৰতে এবেলিকৈ নহয় দুই তিনি বাৰ ভাষা সন্ধে তৰ্কবিতৰ্ক হয়। তৰুটো এনেদৰে হয় যে অসমীয়া ভাষাটো বেন কিন্তু বুৰ কৰি উজনিৰ আৰু সাৰ মানুহবিলাকে নিৰ আলেৰে গঢ়ি এতিয়া এ খাত ফখ কোৱা নামনি আসামৰ ৰাই সকলৰ ভাষা বুলি কব পোৰ। গতিকে তাৰ কিছু ল হ লাগে যাতে নামনিৰ মানুহৰ মাকৰাৰ লগত কিছু সামঞ্জস্য থাকে। কিন্তু গকৈ কাবি চালে দেখিৰ ভাষা কোনও সৃষ্টি কৰা নাই আৰু নকৈ এটা আস-