পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। ( বছৰ, ১ম সংখ্যা অসমীয়া জাতিটে। ভাঙিবলৈ হে আন্দোলন বা “গণ্ডগোল কৰা দেখা যায়। জাতীয় উন্নতিৰ নিমিত্তে আমাৰ সামাজিক অৱস্থা বঙ্গদেশতকৈ ভাল আছিল আৰু আছেও। কিন্তু যেনেকৈ ইউৰোপত ফ্ৰান্স দেশৰ পুৰণা 'ফেন’ টে। ইংলিচ, চেনেলত গা ধুই মূৰ আঁতই ওচকচুবুৰীয়া ইংলগত গৈ ন হয় গৈ তেনেকৈ বঙ্গদেশৰ বাল্যবিবাহ প্ৰথা আমাৰ আসামত অৱতাৰ দিছেহি। লেখা-পঢ়া নানা গাৱলীয়া চহা মানুহে বা বহুকলীয়া প্ৰথাৰ কটকটীয়া বানিত মেৰ খাই সহ্য উচ্চশ্ৰেণীৰ মানুহে যদি তেনে কাম কৰে তাত আমাৰ বিশেষ মতামত প্ৰকাশ কৰাৰ উদ্দেশ্য নহয়। কিন্তু যেতিয়া যাক আমি শিক্ষিত বোলে। তেওঁবিলাকেও কোনো বাধ্য বাধকতাত নপৰাকৈ বাল্যবিবাহ প্ৰথা চলাবলৈ ধৰে তেতিয়া আপুনিক খোজে নে যে অসমীয়াই টোপনিৰপৰা সাৰ পাইছে বা অসমীৰ জ্ঞান-চকু মেল খাইছে। সেইদৰে বঙ্গদেশৰ দৰা কিনা প্ৰথা চুচুৰীয়াকৈ অসমতো সোমাইছে, তলে তলে বুজ ললে গম পোৱা যায়। কিন্তু ইপিনে বালীৰ বৰ্তমান উৎসাহ, উদ্যম, এক ভাষৰ গোন্ধকে অসমীয়াই পাব পৰা নাই। আউনীআটী সত্ৰৰ দুঘটনাটোৰ আচল মূখ্য কাৰণলৈ চালে ২মি কোৱা কখাৰ জন্য প্ৰমাণ পোৱা যায়। আৰু আপুনি যদি এই বিষয়ে ভালকৈ দু সয় আপুনি জানিব পাৰিব যে এই কথাত দুই বন্ধু, দুই পৰিয়ালৰ আম কি পিতা পুত্ৰৰ মাজতো মনোমালিন্য হৈছে। যেতিয়া দুদল মানুহৰ দুটা মত হয় আৰু দুই দশৰে যদি মিলিব প্ৰকৃত ইচ্ছা থাকে তেন্তে মতৰ লৰচৰ হবই লাগিব। মিলন বুলিলেই উভয়ে উভয়ৰ ভুল স্বীকাৰ কৰি, লাগে যদি এদলৰ বাৰৰ ভাগ আম পললৈ এৰি দি, এদলে সৈমান হৈ আন লক সন্তুষ্ট কৰা। কিন্তু অসমীয়া ৰাইৰ কিছুৱে ঠঙ্গা হৈ ফুল হৈছে আৰু কিছুয়ে দূৰৰপৰা ৰং চাইছে। অৱশেষত আদালত। বিচাৰেও এই দল নিবাৰণ কৰিব পৰা নাই। শুনা যায় ওপৰ-আদালত বিচাৰ পৰলৈ উভয়ে হুশিয়াই আছে। কিন্তু এই অসমীয়া ৰাইফসকলে বুপা-কাৰ কালৰ ৰাইলেই বা কথাষাৰৰ অৰ্থ পাহৰি নিজৰ ভাল আওকাণ কৰি বা নিজকে তুচ্ছ আৰু দুৰ্বল ন কৰি এই বকলীয়া