পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আবাণ ১৮৩) ডাকৰ পুখি। ১৭ যে বিচে সেই সিৰান। ই। বিচিতে পুহিব আৰ" “ৰে প্ৰদীপ বাহিৰে ভুছে তবে নিৰ পৰ। ৰাট এড়িয়া উটে যায় তবে আনিৰ চোৰ।” “পৰিহৰ বাটে ক্ষিতিৰ আৰ। পৰিহৰ গাতু বসে খাস। পৰিহৰ যত্নে পোখী পিছলীঘাট। পৰি ধৰে ভাঙ্গা খাট।” ইচি দিঠি যেজন কৰে। বিগ্নে সময় সেজন হবে।" সোণা ৰূপ। কিবা কৰি। ভাত না খাইলে তোকে "ি পাঠকে এই ‘‘ডাকৰ বচনে বঙ্গ তাৰ নমুনা চাই লও, আমি সহ একো নকওঁ। “ধৰ্ম্ম কৰিতে অবে জানি। পোখৰি দিয়া ৰাখিব পানি। পাছ কইলে বড়। অপ দিলে বড় ( ৪” “যে দেয় ভাত শলা পানী শালী। সে না যায় যে বাড়ী। সূৰ্ণ ভূমি কন্যা দান। বলে ডাক শৰ্গে স্থান। ডাকৰ বচনৰপৰা দীনেশ বাবুৱে এই কেইফাকি তুলি যি লেখিছে-- “এই সকল ৰচন ৰচমাৰ সময় বুদ্ধেৰ প্ৰভাব বঙ্গদেশ হইতে উৎপাটিত হইয়াছিল বলিয়া বোধ হয় না। ইহাতে পুষ্কৰিণী খনন, বনিৰ্মাণ, যক্ষ ৰোপণ ইত্যাদি সাধাৰণেৰ উপকাৰজনক ধৰ্ম যে অবশ্য পালনীয়, তাহা অনেক নিৰ্মানিত হইয়াছে। কিন্তু একটি বাৰও এৰি কি এ দেহৰ নাম লইবাৰ সূত্ৰ গৃহস্থকে পালন কৰিতে আহবান কৰা হয় নাই।” বেণীমাধব দেৰ দ্বাৰা প্ৰকাশিত ডাকৰ বচনতে আছে- ‘গঙ্গাধিক তীৰ্থ নাহিক আৰ। ত্ৰিভুবনে গঙ্গা সাৰ। ব্ৰহ্মা বিষ্ণু দেবা। সবেই কাৰ গাৰ সেবা। গৰা বানসী ৰাই। গঙ্গায়নে সকল পাই। সোণা পাহী মূল। গাজলেৰ নহে সমতুল। “গঙ্গাজলে ছাড়ে পৰণ! মুক্তি ছাড়িয়া নহে খান।” হৰি কি আৰু দেৱতাৰ নাম লবলৈ আলান নকৰা ডাকে পাৰ ইমান মাহাত্ম্য যোণা কৰে কি? বৌদ্ধধৰ্মই শাক ইমামকৈ বঢ়াই দিয়ে নে? অসমীয়া সম্পূৰ্ণভক পুতিতে হৰিনামৰ নাটকেই নাই-