পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। { ২য় খ, ১ম সংখ্যা সম্পাদক এজনেও তেওঁৰ কাকতৰ ওপৰত বাণী ন কবিৰ কবিতাৰ বৰৰণ বৰষাৰ কথা আমাক কৈছিল। আমি লেখ কৰি দেখিয়ে, মাহেকত • মন কৈ ‘কবিতা” পাওঁ; তাৰ সৰং ভাগ ডাঢ় গোফ টিৱা আৰু পটিয়া স্কুলীয়া লৰাৰপৰা। দেখিছে। কোনোৱে “আদিপাঠ” সামৰিয়েই কবিতা লেৰিবলৈ কাপ ধৰিছে। কোনো কোনো ডেকেৰীক ৰা- ৰ পুখুৰীত পানী আনিবলৈ যোৱা দেখিয়েই নিজৰ মনত ভাবোদয় হৈ প্ৰেমৰ কবিতা লেখি বাত পাবলৈ পঠিয়াই দিছে; কোনায় বা সন্ধাপেলিকা দুদু এটাই পথাৰৰপৰ নিগণি-পোৱালি এটা ধৰি নিয়া দেখিয়েই ভাবত বিভোৰ হৈ লেৰী ছন্দত তিনি পাত কবিতা লেখি পঠিয়াইছে। কোনোৱে আকৌ তেওঁৰ স্কুলৰ ৰষ্ট শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণীলৈ উঠি। নোৱাৰি নিৰাশা" নাম থি দাৰ্শনিক তথ্যৰে পৰিপূৰ্ণ" কবিতা লেখি ডাকত দিছে; কোনো চেঙেলীয়াই বা তেওঁৰ ঘৰৰ চোতালৰ আগৰ নওগাৰ ওচৰত খোল চলাই ফুৰোঁতে হঠাৎ তেওঁৰ গাত একাতি ৰাই লাগি তেওঁ পিন্ধা চুৰিয়াৰ থোৰটো অলপ উৰি লৰফৰ হলত লৰি আহি মলয়া বতাহৰ গুণ বখানি উস,-জাসকৈ এট। দুলৱী দুন্দত কবিতা ৰচন। কৰি ৰাহীত দুপা কৰিবলৈ পঠিয়াই দিছে; ইত্যাদি। এইবিলাক দেখি খুনি আমাৰ মনত কেতিয়াবা কেতিয়াবা খেলায়, যে যদি “অমৰা মতে, নিজৰ অৰে, আৰু শিধনী যনঞ্জয় নাম হয় অৰ্থাৎ বাহী সম্পাদক কেতিয়াবা কোনবাই ঠে-হেচুকি টাকা লাট চাহাবৰ সভালৈ মেম্বৰ কৰি পঠিয়ায়, তেওঁৰ প্ৰথম কাম হ, ছড়ি-গোফ বুটৱা লৰাই কবিতা দেখিলে ও পাবৰ অইন এখনৰ ‘পাগুলি।” কৰি সেই সাত “পেচ” কাটো। অৱশ্য তাত অসমীয়া পোপ {Pope) কবিলৈ exception clause অৰ্থাৎ ব্যতিক্ৰম দফা” থাকি।