পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি ১৮৩২ ] বিলাৰ কথা। এভেমত এইটো বৰ বেহি আছিল। আজিকালি এভেনত নাই; কিনে বয়ালে কোনো কোনো লৰাক নিজৰ ভোক নিবাৰণৰ সাহায্য কৰিবলৈ পানীৰ তললৈ একেবাৰেই লৈ যায়। সেইদেখি গৰণমেই মানা কৰিছে। কলম্বো এতিয়াও আছে নে নাই কব নোৱাৰে॥ কলম্বো চাব লগীয়া ঠাই। ইয়াৰ প্ৰধানতঃ জামিল। ইয়াৰ মানুহবোৰে চুলি জীঘলকৈ ৰাখে। সেই চুলিত আকৌ ফণী এখন লগাই থয়। তাৰ ওপৰত আকৌ ইংৰাজী টুপি, বিশেষকৈ “কোলাৰ Bowler হেট। গত ইংৰাজী: কাপোৰ কিন্তু ভৰি জোখৰ ককালৰপৰা ভৰিলৈকে লুঙ্গী পিঙ্কে। শুনিছে।বোলে এই সুৰ তলত ইংৰাজী ট্ৰাউজ। ইহঁত বেছ ভদ্ৰ মানুহ। জাহাজলৈ প্ৰত্যেক - এতে দোকানীয়ে বস্তু বেচিলৈ আহে। কলম্বোতো আছে। এইখিনিতে আমাৰ এই “নে।" জাহাজ খোৱাৰ তালিকা দিলে বেয়া নহয়। ৰাতিপুৱাতে বিছনাত চাহ বিস্কুট। ৮, ৯ মান বজাত ব্ৰেকফাষ্ট। এক মান বজাত ডিনাৰ। চাৰি বজাত আকৌ চাহ। তাৰ পছত ছয় বজাত এবাৰ খাবলৈ দিছিল। তেতিয়া খোৱাৰ এই নিয়ম আছিল, আজিকালি বদলিব পাৰে। পি, এগু, ও কোম্পানীৰ হাজত আজিকালি সময় বদলাইছে, আমি সিনি। আহেঁহে গম পালে॥ ব্ৰিটচ, ইণ্ডিয়া জাহাজবোৰৰ নাম। “বয়বোৰ বেছি ভাগেই খিদিৰ- পুৰৰ কি কলিকতাৰ আন ঠাইৰ মুছলমান। সিহঁতৰে সৈতে আমি সুকীয়া বন্ধ ৰন্তু কৰি লৈছিলে, আমাক বাতি ৮||• মান বজাত ভাত আৰু দেশীম বন্ধ। কুকুৰ কি অন মঙহৰ মাজ। দিছিল। এ খোৱাও যে এই ছিলে। ইয়াৰ নিমিত্তে জাহাজ বাবুৰ্চিক অলপ বেলেগ বাচচ পি- লগীয়াত পৰিছিলোঁ। বকচিচ যত ততে। টকাৰে বহুতো কাম কৰিব পাৰি। বচচ, বকুচি, টক, টা, এই হে কেৱল শুনে, হোটেলেই হওক কি সহজেই হওক, দেশেই হওক কি বিদেশেই হওক। কলয্যে এৰি আমি এডেন পালে। এভেনত এইবাৰ পাৰলৈ যোৱা নাছিলোঁ। তা চাব লগীয়া ঠাই বেছি নাই। এছ। মিঠা পানীৰ পাইনা আছে সেইটো চাষ শশীয়া। পাৰ দেশত পানীৰ কষ্ট। এই এজেন