পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলাতৰ কথা। ইমান গিনৰ কথা এতিয়া ভালকৈ মনত নপৰে। তেতিয়া আপোনাৰ ‘বাহী” থকা হলে ন ন বাতৰি দি চিঠি লিহেতেন; এতিয়া সেই পুৰণি তাৰ মনত নাহে। তেতিয়াৰ আৰু এতিয়াৰ তাৰ যোগ। সেইদেখি এতিয়াৰ ফখ। ঠিক সেইভাৱে লেখা টান। মাত্ৰায় একি ফাহা কলতে ৰহি। কল েৰাৱণৰ দেশত। কলম্বা চহৰ আধুনিক। লাগিলেই খীৰ দেশ চাবলৈ যোৱাৰ মুৰ লাগে। এক্ষন যাত্ৰী 17 quam C91CH "Are you going ashnte st"-( 17 ফি?) কলম্বো চাবলৈ আমি ওগালে। জাহাজ পাৰত ঠিক নালাগেছি। জাহাজৰপৰা সৰু মাও কেৰো কৰি পাৰলৈ যাব লাগে। ইয়াত এক কম আচৰিত নাও আছে – তাক “কেটামাৰাণ” ফেলে। আমাৰ মনত এই “ কেটামাৰ আমাৰ খেল নাৱৰ দৰে কি তাতকৈও বেছি দীত যেন লাগিল। এনে নাও আমি মান কত? কোথা নত পৰে। পাৰ হৈ এখন গাড়ী কেৰেয়া কৰিলে। ইয়াত মানুহে উ} পাড়াও চলতি - তাক যিক চ (rickshaw কয়। ইমান যৰ দেশত সিইতে গাড়ীখন লৈ কেনে লৰে! মানুহে পচাৰ নিমিত্তে কি নো নকৰিব। এইবোৰ ঘৰত “ গাছ" থাকে। আমি এজনৰ সাহায্য লৈছিলে। নে নাই কব নোৱাৰে, বোধকৰে লোৱা নাই। চহৰত ডাঙৰ ডাঙৰ ইউৰোপীয় হোটেল আছে। সচাকৈয়ে ইউৰোপীয়ত যলৈকে যায় হতে সিহঁতে সুৰুপে খাকে। সিহঁতৰপৰা আমাৰ এইবোৰ বিষয়ত বহুতো শিলিগীয়া আছে। গোটেইষাৰ হোটেলৰ ভিতৰত আমাৰ Galle Fure Hotel “গেল ফেচ, হোটেলৰ” position অৰ্থাৎ ঠাই ভাল লাগিল। সমুদ্ৰ পানীয়ে পুৱ। গধূলি দিনে ৰাতিয়ে অনবৰত হোটেলৰ গুৰি ধুৱাই থাকে। বৰ ভাল ঠাই। আটাইবোৰ চহৰ চোৱা যাত্ৰীয়ে “মিউজিয়" অৰ্থাৎ যাদু