পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮০ বাহী। [১ম বছৰ ১২শ সংখ্যা সময় বিশেষে ইৰো গুৰ ফল হয় আৰু উভয়ৰে ধাৰণা বেলেগ হোৱা দেখা হৈছে। ইয়াৰ বাহিৰে স্ত্ৰীয়ে স্বামীক সকলো কাষত সহায় কৰিব পাৰিব লাগে আৰু সকলো কামত ইটো সিটোৱে আৰু সিটোক ইটোৱে যোধা- পোছ কৰি কাম-কাজ কৰা উচিত। কিন্তু আমাৰ তিৰোতা এনেকুৱাই যে তেওঁজো গিৰিয়েকৰ কামত নিজ মতামত দি সহায় কৰা দূৰৰ কথা গিৰিয়েক নো সংসাৰত কি ভাৱে চলিছে অৰ্থাৎ গিৰিয়েকৰ নন। সাংসাৰিক অৱস্থা কেনে তাক পৰ্যন্ত জানিবলৈ ইচ্ছা নকৰে। এৰে হৈছে তিৰ বৰ্তমান অবস্থা। তিতা ব্যৱতে যদি নিৰোগী, পৰিশ্ৰমী, মৰমিয়াল আৰু গিৰিয়েকৰ সকলো কামতে সহায় কৰিব পৰা হয় তেতিয়া দুখীয়া হলেও সংসাৰত মানুহে অমিয় সুখ অনুভৱ কৰিব পাৰে। | কি তিতাক এইবিলাক গুণৰ আধাৰ কৰিব খুজিলে সময়ৰ দৰ- কাৰ। ই এঘাৰ বছৰ বয়ষত লৰা ছোৱালীৰ উলিবৰ সময়; আৰু বিশেষত ছোৱালীবিলাক সাধাৰণতঃ যেতিয়ালৈকে ৰহলা নহয় তেতি- লৈকে সিহঁতৰ সংসাৰৰ দায়িত্বজ্ঞান একেবাৰেই নহয়। সেইদেখি - স্বলা হোৱাৰ দুই তিনি বছৰৰ পিছত সিহঁতৰ বিয়া হলে সিহঁতে এইবিলাক গুণ শিকিবলৈ সময় পায় আৰু বাৱতে শিকেও। সাধাৰণতঃ ১৬১৭ বছৰ বয়স নইলে ছোৱালীৰ শৰীৰ সম্পূৰ্ণভাৱে পুষ্ট নহয়। কিন্তু আৰি কালি দেখিবলৈ পাওঁ যে আমাৰ ছোৱালী ১৩/১৪ বছৰ বয়সত মা হয়। এনেস্থলত তেনেকুৱা ছোৱালীৰ যে লৰা ছোৱালী কেনেকুৱা নিজে আৰু দুৰ্বল হব তাক সহজেই বুজিব পাৰি। কুমলীয়া গছ। খুটাক কিমান সহজে খাটিয়ে খাৰ পাৰে আৰু পুৰঠ গছৰ খুটা কিমান দিন টিকে তাক সকলোৱে গানে। এইদৰে কুমলীয়া বয়সত বিয়াৰ প্ৰখা যে কিমান ৰি চলি আহিছে আৰু তাৰপৰা আমি ঔষয় কি হয়ে দুৰ্বল, নিৰে আৰু স্ৰিয়মাণ হৈ আহিছে। তালৈ চালে বাস্তৱতে আমাৰ শৰীৰ শিয়ৰি উঠে। তদুপৰি ছোৱলীৰ বিয়াৰ বয়সৰলাৰ পিছলৈ নিলে যে আমাৰ বিৱৰ সংখ্যা কমি যাব ইয়াত তিলমাত্ৰ সঙ্গে