পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মে, ১৮৯ আনন্দৰাম বৰুৱাৰ চমু জীৱৰৰিত। ১৩ তথাণি সেইবোৰ লগলগাই বাজি একেটা কৰিবৰ নিমিত্তে অমিত এনে এটা বাই বাৰে আছে যে আন দেশত তেনে বাগোন অনেক গুণ অভা। সেই গোন-আমত.বৈষ্ণৱবৰ্ম প্ৰচাৰ কৰা সত্ৰবিলাক। সেই শত্ৰ- বিলাকৰ এখন দুই অসমীয়া শাক একেডাল সুতাতে ঠছে, আৰু সাত খ, মাল আৰু তল খাপৰ মানুহক ধৰ্ম নীতি সদাচাৰৰ অখও নিয়মবিলাকৰ তলতীয়া কৰি ৰাখিছে। পৃথিবীৰ আন দেৰত এনে দৃশ্য আটকীয়া। সেই কাৰণৰ নিমিছেই হিন্দুধৰ্ম্ম প্ৰচাৰ ভাষা সংস্কৃত ভাষাত অসমীয়া ভাষাৰ সৰ্বামৰি আছে, আৰু সেইবাবেই সংস্কৃত ভাষাই অসমীয়া ভাষাৰ মাতৃৰ আসন অধিকাৰ কৰি ৰল, আৰু সেইবাবেই কি বড় তাকা, কি আহোম ভাষা, কোনো অনাৰ্য ভাষাই অসমীয়া ভাষাক সংস্কৃত বুকুৰপৰা কাঢ়ি নিব নোৱাৰিলে। সমীনাথ বেজবৰ।। কৃপাৱৰ বৰুৱাৰ সামৰণি। আনন্দৰাম বৰুৱাৰ চমু জীৱনচৰিত। ১৮৩১ কৰ নিশ্চয় ভালেমান বৰ আগেয়ে, আসাম দেৰ অন্তৰ্গত গুৱাহাটীৰ উত্তৰ পাৰত পিছত বিখ্যাত হব লগীয়া কপালেৰে আনন্দৰাম বৰু বাই পানী-কেচুৱাতে জন্মগ্ৰহণ কৰে। তেওঁ অল্প হোৱাৰ আগেয়ে সিপুৰীত এই কেইটা কথা থিৰাং কৰি লৈছিল যেন হুনান হয়। (১) ডাঙৰীয়া পৰাম বৰুৱা সৰানিক তেওঁ বাপেক আ সদখামিনৰ সহধৰ্মিণী হতেৰী বৰুৱানীক মাক মনোনীত কৰিব। (২) উন্ধিৰিত বৰুৱা ব্যৱানীৰৰবোপ জনকীৰ আৰু মাজুবোপ পৰমৰ পিছতহে তেওঁ পৃথিবীত বেশ কৰি সৰু বোপাৰ পৰ লৰ; আৰু সৰু তাকে বঞ্চিাৰ মূৰত ভৰি দি তেওঁ উপৰি আৰু তাৰ পিষয়ে শবিৰৰ উপৰি গৰিব। (৩) তেওঁৰু অসমীয়াৰ ভিতৰত প্ৰথম বি, এ, এৰবেৰিষ্টৰ আৰু এখন চিভিলিয়ান পাতিব লাগিব।