পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাতি, ১৮৩২ ) অসমীয়া গৌৰীপুৰত বঙ্গ সাহিত্য-সভা। ৩৬৯ জছিল যে তেনেকৈ লিখিলে চিঠিন ও কাপৰ হ, সাধুভাষাযুক্ত হয়, vulgar' অৰ্থাং ইত না। সেইদেখি চিঠি পাঠ, আৰন, সামৰণি ইত্যাদি কিম্ভুতকিমাকাৰ হৈ পৰিছিল কিন্তু চিঠি ভাষা সাধাৰণৰ ভাৰা নহয়। সৰ্বসাধাৰণৰ জীয়া কথিত ভাষা প্ৰাণ artificial#ত্ৰিম চিঠিত অনুপস্থিত। সেই দেখি তেনে forinal চিঠি ভাষাৰপৰা তেনে সিদ্ধান্ত কৰিবলৈ যোৱাটো ভ্ৰমাত্মক বুলি নোৱাৰি। সৰ্বসাধাৰণ লোকে নিতে ব্যৱহাৰ কৰা ভাষাক vulgar বিবেচনা কৰাটো আগৰ কালত পৃথিবীৰ গোটেই পতিত্বাহিনী। লোকৰ ভিতৰত থকাটো দেখ। বুৰোপৰ ধনে আৰু গ্ৰন্থকাসকলে তেওঁলোকৰ শ্বোপদেশত আৰু ধৰ্মৰ কিতাপ আদিত নিজৰ প্ৰচলিত মাতৃভাষা ব্যৱহাৰ নকৰি লেটিন ব্যৱহাৰ কৰাটোৰ নামেও সেয়েই আছিল। ভাৰতবৰ্ষৰ পণ্ডিতসকলে সাধাৰণ লোক তা এত এৰি সতত পূথি ৰচনা কৰাৰ মানেও সেয়েই। অসমীয়া নাট বা ভাৱনা অসমীয়াৰ সম্পত্তি; হক সঞ্চত নাটক আৰু ভাৱনাৰ আৰ্হিত বা হৈছিল। কিন্তু কিছুকালৰপৰা তেনে নাটও আসামৰ কোনো কোনো বই সন্ত্ৰত অদ্ভুত বজলুৱা ভাত ৰচিত হৈ সি অঙ্কীয়া নাটৰ ওপৰত প্ৰাথা খাত কৰিছে, আৰু সেই বজলুৱা নাট চোসকলে নিজক গৌৰৱান্বিত বিবেচনা কৰিছে। ইয়াৰ কাৰণ এইটো ছে যে, অঙ্কীয়া নাট দেশী ভাষাৰে ৰচিত, সি সাধাৰণৰ মূখৰ ভাষা, সেইদেখি বিদেশী বুলুৱা ভাত যদি নাট লেৰি তাৰে ভাৱনা কৰা যায়, তেন্তে তো aduirers অৰ্থাৎ লাগ-লতাসকলৰ মতে সি ও খণৰ এনে এটা তাৰ।ইও সেই একে শ্ৰেণীৰ মনৰ ভাৰ। বিদ্যাবিনোই মহাশয়ে বলি আমাৰ সেই ৰোৰত লুৱা- মাটৰ ভাৱনা দেখে আৰু সেই অত বলা ভাষাত ৰচিত সেই নটবোৰ পড়ে পাষা ও সাহিত্য কিতাপৰ একাৰৰ দৰে যদি তেওঁ kept in the dark হয়, অৰ্থাৎ তাৰ শত নাগৰি জানিবলৈ তেওঁক দিয়া নাম, খেয়ে তেৱে। নি। সেইখোকে তিনি শ গৰি বছৰৰ আগেয়ে অসত প্ৰচলিত বৰ ভাষাৰ সাৰী বুলি এৰি সেই

  • শাহিত্য পৰিং” অঞ্চ এণ কবি।

মীনাথ বেৰুৱা।