পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

OB ধাহী। [১ম বই, ১২ সংখা আমি কিন্তু, কিঞ্চিদকি চাৰে-তিনি-শ বছৰৰ পুৰ্বে কাচবিহাৰ বাজধানী কেনে খিচিৰি অসমীয়া ভাষাত চিঠি লিখা হৈছিল, এই চিঠি পৰা তাৰ হে চিনাকি পালে। আৰু এই দুইখন চিঠিৰ দ্বাৰাই এইটো সূচিত হোৱা গম পালে যে জাহোম ৰাজসভাত বাৰে-শঙলুৱা অসমীয়া ভাষাৰে চিঠি লেখিব পৰ। আৰু লোকে লেখিলে তাৰ মানে বুজিব পাৰি জাক আৰু সভাসদসকলক বুজাই দিব পৰা সভাপতি ব্ৰাহ্মণ বা ফাফতী ব? কটকি আছিল। আগে ৰাজসভাত বঙ্গল লেখা-পঢ়াৰ যে চৰ্চ। হৈছিল এই চিঠি দুখনৰপৰা আমি সেইটো নেপালে। চা-জাহান বাদশাহে যদি আসাৰৰ অহোম বজালৈ চিঠি লেখিস্থিল, সেই চিঠি নিশ্চয় ফাটী ভাষাঙ্গ বা উৰ্দ, ভাষাত লেখা হৈছিল। হেনে চিঠি এখন কেতিয়াবা আসামৰ কৰবাত পলে আশা কৰে। পদ্মনাথ বাবুৱে এনেটে। সিদ্ধান্ত নোনায় গৈ যে পুৰণি কালত আসামৰ ৰাজসভাত উৰ্দ বা ফাচী লেখা-পঢ়াৰ চা হোৱাৰ সেইখন সাক্ষী। আৰু তেনে সিদ্ধান্তুত তেওঁ পিচলি পৰিলে গৈ আশাকৰে। আৰু এখোজ তেওঁ পিছুল খাই আগবাঢ়ি এনে সিদ্ধান্ত মপৰেগৈ যে তেনে ফাটী বা উৰ্দ ভাষা আসামতো প্ৰচলিত আছিল; অৰ্থাৎ সেই কাণত অসমীয়া মানুহৰ মাতৃভাষা ফাচী বা উৰ্দ আছিল। আমি আগৰ এক প্ৰবত কৈছে যে পুৰণি কাপত অসমীয়া ভাষা গোটেই কামৰূপ ৰাজ্যত অৰ্থাৎ আজিকালিৰ আসাম, কোচবেহাৰ, ৰংপুৰ বৰা, আদিৰে উত্তৰবঙ্গ, মৈমনসিংহৰ এচোখৰেৰ এন্ডো পূৰ্ববঙ্গ আছিল। কোচবোৰ ভাটীৰ সি - দেশৰ ওচৰৰ ঠাই দেখি বঙ্গভাষাৰ হেশোশনি ভাত সততে লাগি আছিল। উৰিষ্যা দেশৰ ওচৰৰ মেদিনীপুৰীয়া বঙ্গভাষাৰ ওপৰত উৰিয়া ভাষাৰ কম-বেছি পৰাৰ দৰে কোচবেহাৰৰ অসমীয়া ভাষাতো বঙ্গতাষাৰ অলপ-অচৰপ যে ছ নপৰিছিল এনে বুলি কব নোৱাৰি। সেইদেখি কোচবেহাৰৰ এই চিঠি অলপপ বলাৰ চিন দেখিবলৈ পোৱা যায়। কিন্তু সই বুলি সি বলা ময়, অসমীয়া হে। পাঠকসকলে চিঠিখনৰ ভাষাৰ ফালে ভালকৈ মন কৰিলেই সেইটো বুলিব পাৰিব। কথা,-চিঠি লেখিবৰ সময়ত তাৰ ভাষাৰু বিদেশী বলাৰ ফালে ঢলখোৱা কৰাটো আপেয়ে অনেক ৰোগ আছিল। তেতিয়াৰ মানুহ বিশ্বাস