পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি, ১৮৩২ ] অসমীয়া গৌৰীপুৰত বঙ্গ সাহিত্য-সভা। ৩৬৫ ভাষা গ্ৰহণ কৰিছিল অথবা কামৰূপৰে তেনে বঙ্গভাষা মাতৃভাষা আছিল, এনে সিদ্ধান্ত ভুল। অসমীয়া ৰঙ্গই বাণী নবাবলৈ চিঠি যৰ সয় সাধামতে বলুৱা কৰি হে লেখাটো সম্ভৱ, কাৰৰই সেই চিঠি নবাবে বুজিবলৈ হে লেখিছিল। অসমীয়া ভাষা বঙ্গালী নবাবে শুধু, সেইদেখি চিঠিখন অসমীয়া ৰজাৰ যন্ত্ৰী, কাকতী আৰু সভাসদসকলে গোটখাই নিজৰ বিদাৰি জোখ এতে চেষ্টা কৰি বজলুৱা ভাষাত লেখিবলৈ গৈছিল গুণে তাৰ ভাষাৰ অতি তেনে। জয়পুৰৰ বা পাতিয়ালৰ মহাৰাজলৈ অসম ৰজা প্ৰতাপসিংহই চিঠি লেখোৱাহেঁতেন নিশ্চয় তা ভঙা হিশীৰে সানমিহলি ভাত সেই চিঠি লেখা হলহেঁতেন, এনেকুৱা বজলুৱা ভাষাত কেতিয়াও লেখা হলহেঁতেন। সেইবাবে, তেনেকুৱা চিঠি এখন কেতিধাবা ওলালে তাক পঢ়ি আমি প্ৰতাপসিংহৰ দিনত অসাশত তেনেকুৱা হিন্দী ভাষা প্ৰচলিত কাটে। সিদ্ধান্ত কৰিলে সি কেনে ধৰ? যেতিয়া অসমীয়া ভাষক নবাস দি বলাক আসামত ৰাভাৰ দিয়া হৈছিল, তেতিয়া অসমীয়াইও নিজৰ চিঠিক জলা ভাষাৰ মৰ্যাদা দিবৰ মনেৰে প্ৰায় এনেবিৰে অদ্ভুত ভাষাত তাক লেখিছিল। সৰুতে আমি অসমীয়া মানুহে শেখা তেনে চিঠি বহৎ দেখিছিলে। সেই ভূত-ৱেগ আৰু এতিয়া অসমীয়াৰ পাই নাই। "বাহীৰ অসমীয়া পাঠকসকলে ফটুকটায়াকৈ গেৰিছে, যে এই বাৰে- বলুৱ। চিঠিখৰ অসমীয়াভাষাভাষী অসমীয়াৰ স্বাৰাই হে লিখিত, বঙ্গভাষাভাষী অসমীয়াৰ বাৰাই লিখা নহয়। “না হে" "না হইফেক", "ন। যবেক", নোহে,” নয়," "নাহি পাৰে,” পাৰি শব্দত অসমীয়া negative “ন” বা "না"টো ক্ৰিয়াৰ আগত দিয়া হৈছে। লেখকে বলা “ইলাম” এবাৰ কি দুবাৰ ব্যৱহাৰ কৰিষেই, ঠিক তাল ৰাখিব নোৱাৰি নিজৰ অসমীয়া ছো” “কি কহি" উলিয়াই দিছে। চিঠিখনত coustruction of the sentences অৰ্থাৎ বাক্যৰচনা প্ৰণালীও পূৰা অসমীয়া; যেনে,অতএব আদিও পৰম আলাপে নিতে আছে। তোমাৰ আমাৰ অয়ক "কি অসমীয়া ” পিছ পা অগৰি ন-শ-বি--কেনো এনে ৰা glofs ** বল ন এনে খাসী।” ইটা বিললো সাম- ১৭, এই সংখ্যা।