পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহিন, ১৮৩২) কবিতা বিদায়। নধৰে নোছতে নেপায়ে মোক, নেথাকে হৰি অথচ দূত। মাখোন চুচুকি-টাকি চোৰৰ ৰে জোকাৰ আহে মোৰগেৰেলীক। অ' মোৰ ভাষাটি দেহি! লগ পালে এইবাৰ তাক কৰি দিম ঠিক। আছে। “আমি”। আমিঠুক” না নকৰা সমুলি। ভাবৰ ভাৱন বৰ বিতোপন নেপাৰি ভাবুকি শেৰেলী। শষ হলেই ওফলি থাকিবি নেলাগে ভাবনা সমুশি। শবসেই সাৰ শবদেই মাৰ শসেই আশাৰ পৰৰ ধৰ্ম। শবলেই আমাৰ লুথৰি-পিঠা শবদেই আষাৰ কৰ্ম্ম। শবদ বদ লেখেৰি পাতি, শবদ শবদ চেনেলি লগাই, শবলেই আমাৰ কীৰ্তি শবদ শবদ কেকাই-গেঠাই, শবদ শব ওলাই-নোলই, শৰদেই আমাৰ মুক্তি সেয়েহে গেৰেলী কৈছে। তোক ভাব-বিসৰ্জন’ তোৰ ৰে পৰম ধুক্তি। আছে। “আমিইক” আছে। “কি” শ। নকৰা সমূলি— ভাগটি নেয়াই লেৰেতি। উমেশচন্দ্ৰ বৰুৱ॥ কবিতা বিদায়। লাহে লাহে আতৰিল আশাৰ পোৰ, নিৰাই ঢাকিলে হৃয়। সুখ শান্তি সকলোটি কেনিবা লুকাপ, দশোদিশ দেখে। শূন্যময় ইপাৰত বহি যেৰে বোৰ মনে- সিপাৰৰ জেউতি বিচাৰে;