পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। (১ম বছৰ, ১১শ শখ কুস্তিবাসৰ ৰায়ণে আসাম টিবিঘিাবলৈ পাইছিল। সস্তা ছাপা- বানাৰ সহায়ত কেনেকৈ অতি অলপ কালৰ ভিতৰছে পুথি কিতাপ প্ৰচাৰি হৈ পৰে, সেইটোও কাফ বুলাই দিব লাগিব নে। বট- তলাৰ ৰামাণৰ দৰে যদি তুলসীদাসৰ ৰামায়ণ সেই সময়ত বলা আখৰেৰে ছাপা হৈ খনে আধলি, তিনিলিকি বেচত বিক্ৰি হলহেঁতেন আৰু সেই কিতাপৰ “চালান বদি আসাৰলৈ গলহেঁতেন, তেন্তে সিও আসামৰ ঘৰে ঘৰে সোমাই কৃষিসলৈ যে বাট মাৰি থৈ দিলেহেঁতেন সেইটো নিশ্চয়। শঙ্কৰদেৱ বাৰু মাধৱদেৱৰ সময়ত তেওঁলোকৰ ৰচনাইলি অসমত হিন্দীভাষা আৰু প্ৰজবুলি ভাষাৰ শৰৰ বিহুৰ সোমাই- ছিল; সেইদেখি তুলসীদাসৰ ৰামায়ণ, কৃত্তিবাশৰ ৰামায়ণ আৰু কাশী- দাস মহাভাৰতৰ দৰে সাৰত চলাৰ বাটত বেছি জেঙা নাছিলই। “বঙ্গভাষা পূৰ্বে আসামে পাৰ্বত্য জাতি সমূহেৰ মধ্যেও প্ৰচলিত ছিল; কাছাড়ে পাৰ্বত্য প্ৰদেশে, গাৰোপাহাড়ে, মণিপুৰে, ও লুসাই পাহাড়ে বাষাই চলিত।" পূৰ্বে" শব্দটোৰ মানে কি? কেতিয়া? আসাম বলা ভাষা বলেৰে চলোৱাদি সেইখোৰ ঠাইত চলোৱা বাবেই ত তাত যঙ্গলা ভাষা চলিযৰ অধিকাৰ “বাহাল” হল নেকি? মণি- পুৰীয়াৰ, পাৰে, লুচাই মাতৃভাষা বঙ্গভাষা নে কি? সচাসচিকৈ আমি বজাৰ এই নতুন স্যাৰ নাইট" সকলৰ গতি দেৰি আচৰিত মানিছে। এনে বিখৰ কথাৰ উত্তৰ নাই। সপত্তি বিদ্যাবিনোদ অভিভাষণৰপৰা আৰু এখে তুলি দিওঁ;- “আসামে বাধা প্ৰচলিত না হওয়াতে আমাৰে আৰও একটি গুৰুতৰ তিৰ কাৰণ ঘটিয়াছে। বঙ্গভাষাৰ সহিত সমীয় ভাষা মিশ্ৰিত হইয়া গেলে আসামেৰ প্ৰাচীন সাহিত্য ওলি বৰাৰ সম্পত্তি ৰূপে পৰিগণিত হইত এবং আসামে যে সকল হস্তলিখিত বুই কি অন্যান্য পুথি আছে, তাহা নিজেৰ সম্পতি তাৰিা বঙ্গীয় সাহিত্যিকগণ কৰ্তৃক ৰেৰিত, আবিত, আলোচিত ও প্ৰকাশিত হই-যেন যুগীয় সাহিত্য-পৰিষৎ কৰ্তৃক নানা যামে পুৰি গুলিৰ উদ্ধাৰ ইতেছে। এখন আমীৰ যাকে সত্য মনে কবিয়া খাৰা ইয়াৰ দিকে না পাও কৰিবেন না। আসাম প্ৰদেশে