পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। ১ম বছৰ, ১ম সংধ্য, সম্ভৱতঃ দ্ৰাবিড়ীবোৰ আফ্ৰিকা মহাদেশৰ মানুহ আছিল, আৰু বুৰঞ্জীয়ে টুকি পোৱ কালৰ অনেক আগেয়ে তেওঁলোক আৰয দেশেদি আহি ভাৰতৰ উত্তৰ-পশ্চিম ফালৰ পৰ্বতৰ মাৰ ঠেক বাটেদি ভাৰতত সোমাইছিলহি। কোনো কোনো পণ্ডিতে ভাবে, যে এনেকুৱা হোৱাটোও সম্ভৱ যে সেইকালত আফ্ৰিকাৰ মাজাগাৰৰ সৈতে ভাৰতৰৰক লগ লগোৱা লিবিয়া বুলি যি এডোখৰ ঠাই আছিল আৰু যাক এতিয়া সমুদ্ৰই বুৰাই থৈছে, সেই ঠাই ডোখৰেদি আহি দ্ৰাবিড়ীবোৰ ভাৰত সোমাইছিল। প্ৰাবিড়ীবোৰৰ শাৰীৰিক পঢ়-পিতবোৰ আফ্ৰিকাৰ নিৰ্গোৰ গঢ়-পিতেৰে ভালেখিনি মিলে দেখি এখনলজিষ্ট সকলে অৰ্থাৎ মনুষ্য জাতিৰ মূল বিভাগ আৰু পৰম্পৰ সম্বন্ধ বিচাৰ বিষয়ক বিজ্ঞানশাস্ত্ৰ অনাসকলে ভ্ৰাবিড়ীবোৰ আজিকাৰপৰা অহা মানুহ বোলে। দ্ৰাবিড়ীজাতিৰ মানুহৰ মূৰ দীঘলীয়া, চকু ভাঙৰ আৰু কলা, মুখত ঘন দাড়ি, বৰণ কল, ভৰিৰ কলা-ফুল সৰু, বহল নাক, ইত্যাদি গঢ় আফ্ৰিকাবাসী নিগ্ৰোৰ সৈতে মিলে। কোনো কোনো পণ্ডিতে কয়, দ্ৰাবিড়ী বোৰ ভাৰতৰে আদিবাণী মানুহ, বাহিৰৰপৰা অহা নহয়; তপ্ত দেশ ভাৰ- তত যুগ-যুগান্তৰৰপৰা থাকি থাকি তেওঁলোকৰ বৰণ কৰা হৈছে। এইবোৰ যি হওক, এইটো ঠিক যে ভ্ৰাবিড়ীবোক প্ৰবল আৰ্য-সোঁতে ঠেলিনি দক্ষিণত পেলালেগৈ। এইবাবেই তাৰতৰ উত্তৰ-পশ্চিম ফালে দ্ৰাবিড়ী জাতিৰ মানুহ এতিয়া পাবলৈ নাই। কিন্তু ভাৰতৰ উত্তৰ-পূবত দ্ৰাবিড়ীৰ চিন এতিয়াও চুকে-কোণে লাশি বকা পোৱা যায়। আসামৰ তোম জাতিটো আগৰ আগাম বাসী দ্ৰাবিড়ীৰ অৱশিষ্ট বুলি অনেক পণ্ডিতে সিদ্ধান্ত কৰে; কাৰণ ডোম মুৰ মুখ নাক ভৰি গাৰ গঢ় আৰু ধৰণত অনাৰ্য্য দ্ৰাবিড়ীৰ ভালেমান চিন আছে। বাহিৰৰপৰা মানুহ আহি ৰামেদি ভাৰতবৰ্ষ সোমাবলৈ দুটা মাখোন বাট। -এটা, ভাৰতবৰ্ষৰ উত্তৰ পশ্চিমৰ খাইৰৰ নামে,পৰ্বতীয় ঠেক বাট; আনটো উত্তৰ-পূবৰ অসামেছি। এইটো ঠিক যে দ্ৰাবিড়ীবোৰ উত্তৰ-পূবৰ ৰাটেনি অহা নাই, সিহঁত আহিছিল যদি উত্তৰ-পশ্চিমৰ বাটেছি হে আহিছিল। উত্তৰ-পশ্চিমৰ বাটেজি বিড়ী আৰ্য আৰু কেমিটিক আদি কাতিৰ সোঁত তাৰতলৈ এটাৰ পিছত এটাকৈ বলি আছিল। উত্তৰ-পূবৰ বাটেদি মল