পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ বহী। [১ম বছৰ ৯ সংখ্যা ফয়। অথবা আৰু এটি কাৰণে মন হয় যে খৃয় মিচনেৰীসকলে যাত যিমান শিচ পাইছে আন ঠাইত সিম নিচ পোৱা নাই; বহুত দিনপৰা স মাখান কৰাৰ সিহঁতৰ ৰা শিকাৰ আৰু কোৱাৰ কাৰণ হব পাৰে। আৰু মা ধাত ইংৰাৰ বসতি বহু কালৰ আগৰপৰা। সি বাৰু যি হও; মাদ্ৰাহী পাৰোৱা, চাকৰ-বাৰুৰ আৰু সেই শ্ৰেণীৰ মানুহে কলিকতা কি বোম্বাইৰ সেই শ্ৰেীৰ মানুহতকৈ ইংৰাজীবেছি কয়। মাদ্ৰাজ চহৰৰ এডোখৰ ঠাইক যি জেলখৰত দেশী মানুহ সৰহ ভাগ থাকে Black Town (কলা চহৰ) কয় শুনাত আমি যা দুখিত হলে। Black আৰু White কথা দুটা বহুতো গোলমালৰ মূল। | আমাৰ হাত মাদ্ৰাজ দাৰ পিছ দিনা এৰিলে। ইয়াত বহুত নতুন মানুহ জাহাজত উঠিল আৰু কিছু নালি। যোগেন পালৰ ককায়েকে। ইয়াতে নামিল। আমি এতিয়া পাঁচজন হলে। আমি বেলেগ বেলেগ কেবিনত আছিলোঁ; Steward ইয়াঙক কৈ আমি পাৰ্টেন একেটা কেবিনলৈ আহিলোঁ। সৌভাগ্যবশতঃ সাতখন বিমা থকা এটা কেবিন সেই জাহাজত আছিল, প্ৰায় হাজত ইমান ডাঙৰ কেবিন নাথাকে। আমি পঁচজন একেলগ হব পৰাত বৰ ৰং পালোঁ। নাভিৰাম বৰুৱা। অসমীয়া গৌৰীপুৰত বঙ্গ সাহিত্য-সভা। গৌৰীপুৰীয় সভাৰ সভাপতি পদুবাবুয়ে ক-আসামবাসী অনেকে ইচ্ছ। গোয়ালপাড়া জেলায় অসীয় ভাষা প্ৰবৰ্তিত হয়। তাহাদেৰ প্ৰধান এই মত যে, (১) গোয়ালপাড়া শখিকাংশ লোক অসমীয় ভাষাই ব্যবহাৰ কৰে; (২{ এই জেলাৰ লোক প্ৰায়শঃ মহাপুৰুষীয়া, অতএব অসমীয় ভাষা না শিখিলে প্ৰবৰ্তক পঞ্চদেব প্ৰস্তুতি এ